সমললৈ যাওক

পৃষ্ঠা:প্ৰাণৰ গান.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰাণৰ গান । ৫৩ কতবে পাঙিম কতবে ভাঙিম তোনাৰ বুকুত মূবটি থই, গাহৰি পেলাম অতীতৰ দুঃখ আকউ তোমাৰ পৰণ পাই । চেনেহ । চকুৰ আগত লই চাই থাকো যিমানেই নপলায় তিমানেই চকুৰ হেপাহ ; বুকুৰ মাজত লই আকোৱালি থাকিলেও নুগুচে তথাপি মোৰ প্ৰাণৰ পিয়াহ ।