সমললৈ যাওক

পৃষ্ঠা:প্ৰাণৰ গান.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰাণৰ গান ৷ প্রিয়তম তুমি আহিবা যিদিনা প্রিয়তম তুমি আহিবা যিদিনা অভাগিনীলৈ মনত পৰি, ৰূপহীৰ দৰে সাজিম নিদিন। প্রেম কাঙালিনী দেশ এৰি । ঘৰতে পিন্ধিম গুপি পপি ফুল ডিঙিতে পিন্ধিম মালতী মালা, বিকশিত কৰি যৌৱনৰ ৰূপ পিন্ধিম পাতল ৰিহ! মেখলা । বহণ সানিম ৰঙীণ গালত বোলাম জেতুকা হাতে-ভৰি, কপালত দিম সেন্দুৰৰ ফোঁট বিমানে পাৰে৷ চিকুণ কৰি ৷