সমললৈ যাওক

পৃষ্ঠা:প্ৰাণৰ গান.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

68 প্ৰাণৰ গান ৷ আজি অতদিন প্রেম মন্দাকিনী তীৰে ; চক্ৰৰ টোপনী মোৰ লুকালে চকুতে, গাৰুৰ গিলিপ ভিতে নয়নৰ নীৰে । মোৰ আদৰ বুজিৰ কোন ? সপোন । ধুনীয়া জোনালী ৰাতি সোমালো অকলে ক'ৰবাৰ ফুলনি মাজত, গোলাপৰ পাৰি এটি আকুল্ কই চিঙি আনি লইছে৷ হাতত ৷ ভয়ৰ কঁপনি আছে হিয়াৰ মাজত গৃহস্থই যদি দেখা পায়,