সমললৈ যাওক

পৃষ্ঠা:প্ৰাণৰ গান.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰাণক গান। - চকুরে চরৱে কিবা সমিধান দিয়া, পরিছে গত আজি অতীতৰ প্ৰিয়া । পদুলি মূৰলৈ আহি ফিৰি ফিৰি চোৱা, দুগালে চধাবি লো বই বই যোৱা ; মানুহে দেখিব বুলি নছি নছি থোৱা, পৰিছে মনত আজি অতীতৰ প্ৰিয়! । ক'ৰবাৰ পৰা আহি নিলাজী পছোৱা, ৰিহাৰ আঁচলখনি উৰুৱাই নিয়া ; উঠি অহা বুকুখনি উদঙাই দিয়া, পৰিছে মনত আজি অতীতৰ প্ৰিয়! ।