সমললৈ যাওক

পৃষ্ঠা:প্ৰাণৰ গান.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰাণৰ গান । বিশ্বাস নকৰি নাহা যদি প্রিয় মুগুচিব মোৰ মনৰ ভ্ৰান্তি । এন্ধাৰে পোহৰে ভিতৰ বাহিৰে তোমাৰ ছৱিটি মোৰ হৃদয়ত, আকাশে মাতে দূৰলই মোক অজ্ঞান অর্কুট গহীন সুত । প্রিয়তম তুমি তাহানিৰ দৰে হাহিটি মাৰি আহিবা এবাৰ দুৱাৰ খুলি চাই আছে৷ ম‍ই নকৰিবা মোৰ ব্যৰ্থ অভিসাৰ । ÷