এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
আকুল ব্যাকুল মোৰ ব্যর্থ-বেদনা চোর ধরা হলে দিব মোক আহি হাতে হাতে, ধৰিবহে নোৱাৰিম চিঞৰণো পাহৰিম আৱেগৰ ডোলে মুখ বান্ধিব আগতে। হাত ভঙ্গীৰে মাথোঁ আদৰি আনিম মোৰ সপোনতে দেখা পোৱা সাদৰি সখিটি, কিনো পারি বহুৱাম কিনো বুলি সামি, অশুচি আসন খনি কেটেরা মাতটি । সিদিনার মিলন —— হৃদয়ৰ এচুকতে দেৱতাৰ নামনিতে বাখি খোৱা চৰিখনি আৰু উক্তলাব, 9