সমললৈ যাওক

পৃষ্ঠা:প্ৰাণৰ গান.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ছয়াময়া PLEASE HANDLE THE BOOK BAREFULLY. আশা আকাশ মুখর করা ক্ষুদ্র জ্যোতিকণা— অন্তহীন ক'ল৷ মেঘ ভেদি নিমিয় পোহৰ কৰি সৃষ্টিৰ গৌৰৱ ঘোষে ; আঁউসীৰ অন্ধপথে পথিকক বাট দেখুৱায়— “এই বাটে যোৱা আগুৱাই" ! সসীম জীৱন ভেদি কালহীন মহাসাগৰত চিন দিয়া, আদৰ্শৰ জিলিঙনি এটি যদি উঠে ফুটি তাতেই গৌৰৱ মোৰ ক্ষুদ্র সাধনাব, নাই অহঙ্কাৰ । Y