সমললৈ যাওক

পৃষ্ঠা:প্ৰাণৰ গান.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

32 প্ৰাণৰ গান ৷ ভালপাওঁ তোমাকেই সচাঁ কথাষাৰি, হিয়াত ৰাখিছে৷ অতি গুপুতে সামৰি ; হ'ল কেনেকই ৰহস্যৰ সমাধান, নোৱাৰো কৰিব সখী! একো অনুমান৷ কৰাতো নাছিল৷ সখী জাজিৰ নিচিনা

মোক দেখি লুকালুকি আন কোনোদিনা । কল্পনা সুন্দৰী । আজি শৰতৰ ৰূপালী যামিনী আকাশত ভৰা জোন, ধৰাত দুলিছে শেৱালি পাহিটি আপোন বিচাবি কোন ?