সমললৈ যাওক

পৃষ্ঠা:প্ৰাণৰ গান.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰাণৰ গান ৷ প্রথম সিদিনা যৌবন জাগে তোমাৰ নব যোধনৰ তীব্ৰ ধাৰ, বইছিল সিদিনা ধাৰাসাৰ ; তোমাৰ উঠন বুকু, তিৰু বিৰ, চকু, ৰঙীন দুখনি গাল — ; সাজিছিল এক মৌহস্বপ্ন জাল:-- পৰি ৰলো মায়াৰ জালত -- -- খেলাৰ পুতলা যেন নচুৱালা মোক ; তোমাৰেই দুয়োখনি হাতৰ মাজত ৷ তোমাৰ হাঁহিভৰা মুখৰ কথা, হ'ল মোৰ প্ৰাণষ্পর্শী মৰম কবিতা ; তোমাৰ ৰসভৰা যৌবনৰ উম্মাদনা পাই, উজ্বলিল আনন্দ সৰিতা ;