এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
প্রকাশকৰ কথা । এই নল দময়ন্তীৰ-চৰিত্ৰ পুথিখনী ডিব্ৰুগড় নিবাসী শ্রীযুক্ত পূর্ণকান্ত শৰ্ম্মা ডাঙ্গৰীয়াৰ লেখনী প্রসূত । আমি উক্ত মহাত্মাব আদেশ ক্রমে এই পুথিৰ এটা ভাঙ্গবণ মাত্ৰ প্ৰকাশ কৰিবলৈ আগ বাঢ়িলোঁ। পুথিৰ সমুদায় স্বত্ব গ্রন্থ কৰ্ত্তাৰেই থাকিল ৷ যোৰহাট, শ্রীশিবনাথ ভট্টাচাৰ্য গবর্ণমেণ্ট এডেল স্কুল, শক ১৮২৮ কাণ্টিক । হেড পণ্ডিত।