এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
প্ৰাণৰ গান ৷ প্ৰেম-লতা জুপি থক খাটো দেৱতাক মোৰ । তেনেদৰে নলিনী । নিৰ্মল শৰতৰ সুনীল গগন, প্রবাহিত প্রভাতৰ গল পৱন ৷ প্রভাতী বিহগী সবে জুৰিছে সঙ্গীত, সন্তাপিত মানৱৰো সত্তাযিত চিত। নি। কুহকিনী নাশি আছে ঊষাবাণী, বু - মিতা সবসীত যুবতী নলিনী । দৰলী কুসুম ৰাণী প্ৰফুল্ল বদনী, বোনে দূৰীভূত কৰে মূৰৰ ওৰণী ।