পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত। ই ৰাজ্য ছাৰিয়া ভূপ তবে মোৰা যাই। হেন শুনি নৰপতি কৰে অঙ্গীকাৰ। পাতা পত্ৰ দিবলৈ ৰাজাৰ অঙ্গীকাৰ তালাকি প্ৰতিজ্ঞা পত্ৰ হইল স্বীকাৰ। মান্ত কৰি চৌকজন চেলাম কৰিল। দানেতে দৰিদ্ৰ দোষ নৃপতি খণ্ডাইল। ইয়াৰ পাচত যেতিয়া চিলাৰায় ৰাজধানীলৈ যাবলৈ ওলায় সেই সময়ত ভূঞা কেইজনে পত্ৰ নাপালে যাবলৈ অস্বীকাৰ কৰে। চিলাৰায়ে ৰাজাৰ ওচৰত উপস্থিত হৈ কয় :- অনন্তৰে এক দিন শুৰুধ্বজ ৰায়। ভূপক নামায়া মাথা যোৰ কৰে কয়। চৌদ্ধজন মোৰ সঙ্গে যাবে নৰপতি। পত্ৰ নাপাইলে তাৰা নহয় সঙ্গতি। তালাকি প্ৰতিজ্ঞা পত্ৰ দিতে আজ্ঞা দিল। ৩ামপত্ৰ দান- আজ্ঞা শুনি শুৰুধ্বজ সোণাৰ আনিল। তাম্ৰপত্ৰে যত্নে পত্ৰ কৰিয়া খেদিন। ভূপক শুনায়া শুৰুধ্বজ বিচক্ষণ। অন্ধ নাভি নীৰে ব্ৰহ্মতীৰে নৰপতি। ৫ দণ্ড সময় পৰিমাণ (অৰ্থাৎ ৫২ দণ্ড প্ৰতিজ্ঞা কৰিয়া সত্য কৰিছে সম্প্ৰতি। মত মানুহ এজন যিমান যাব পাৰে অষ্ট দণ্ড খাৰিজেতে যত দণ্ড আৰ। নিমাণ পৰিমাণৰ) ভূমি দান। আপন এলাকা মধ্যে নিজ অধিকাৰ। যেখানে কৰিয়া বাঞ্চা কৰ চাষ হাল। দেৱত্তৰ হয কিম্বা হয় পীৰপাল। যে জমিদাৰেৰ জমি হুজুৰে আমাৰ। মজুৰা পাইবে বলিলাম সত্যাচাৰ। পুৰুষানুক্ৰমে বেটী-বশী দাশ। যাক যে খেদ সঙ্গে কৰিল অৰ্পণ। পুৰুষানুক্ৰমে কৰে কৰিয়া তৰ্পণ। তোম শপত কৰি কহত আমাৰে। আমাৰ বংশক তব বংশ নাহি ছাড়ে। ‘চলাৰায়ৰ আদেশত ভূঞাসকলৰ প্ৰতিজ্ঞা। চৌজন নৰপতি (আগে) প্ৰতিজ্ঞা কৰিল। তেওঁলোকে এখন তাম্ৰপত্ৰ কৰি উভয় সঙ্কল্প কৰি পত্ৰেক ৰচিলা। বংশ পৰম্পৰা কোচৰাজ্য ৰক্ষা কৰি তোমাৰ বংশত কালা থোৰা কুজা হয়। থাকিব বুলি প্ৰতিশ্ৰুতি দিয়ে। যোবা বা পাগল হয় বংশ মধ্যে হয়। সেইজন বৃতিভূমি পাবে মাহিয়ান। দুনয়ন অন্ধ যদি এক চক্ষু কণা।