পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৮৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায় সমাজ তিত। ফেচাৰ ৰা -৭৭ পৃষ্ঠাত মোগ। এনীল মাধৱ বৰুৱা এম, এ, বি, এল (৩) মণি মাধৱ (৪) অলি আৰ । প্ৰতি এপ্ৰিয় মাধৱ বৰুৱা • নিবেদিতা ৫ নন্দিতা ৰে গ্ৰাম বৰুৱা বংশৰ কথা (শালকোচা) শালকোচা বৰুৱা বংশৰ পূৰ্বপুৰুষসকলৰ আদি বাসস্থান গোৱালপাৰা মহকুমাৰ বটিয়ামাৰি ডিহি ভিতৰৰ কায়েতপাড়া বা কায়স্থপাৰা মৌগত আছিল। ইয়াত বহুত কাষৰ বাস আছিল। কায়েত- পাড়াৰ ওচৰত শালবাৰী, বেছিমাৰী আদি ঠাইতো সেই সময়ত বহুত কায়স্থ বাস আছিল। @ৰ গ্ৰামৰ বৰুৱ' বংশৰ আদি পুৰুষ মথুৰনাথ বৰুৱা; এওঁৰ উপৰি পুৰুষৰ কথা ভালদৰে জানা নাযায়। মথুৰ বৰুৱাই স্বাধীন বিজনীৰাজৰ অধীনত, চাকৰি লয়। এওঁ অতি তীক্ষ্ণ বুদ্ধিৰ আছিল, সেই কাৰণে অলপ দিনৰ ভিতৰতেই ৰাজাৰ প্ৰিয় পাত্ৰ আৰু বিশ্বাস-ভাজন হৈ উঠে। এই সময়তেই ৰঙাৰ অনুগ্ৰহত বৰ্তমান বাসস্থান সমস্ত মৌজা শ্ৰীৰ গ্ৰামত (শ্ৰীৰ গাৱত) ১৬৯৯৭ বিঘা মাটি “মহাত্ৰাণসনদৰে নাকৰ মহাত্ৰাণ (Grant) পায়। মথুৰনাথ বৰুৱাৰ উন্নতিৰ লগে লগে তেওঁৰ বংশধৰসকলৰ উন্নতিৰ পথ মুকলি হয়। তেওঁৰ পুত্ৰ শিৱনাথ বৰুৱা বিজনীৰাজৰ বিশেষ বিশ্বাস-ভাজন হৈ উঠাত তেওঁ ৰাজ্যৰ সৰ্বোচ্চ পদ দেওৱান (মন্ধী) পদ পায়। এওঁৰ পাচতে মাধৱ বৰুৱা ডাঙৰীয়ালৈ প্ৰায় সকলো বংশধৰেই বিজনী ৰজাৰ দায়িত্বপূৰ্ণ পদত নিযুক্ত হৈ ৰজাক নানা ভায়ে সাহায্য কৰে। আন কি বিক্ৰীজ ইষ্টেট কোৰ্ট অব ওয়াৰ্ডলৈ যোৱাৰ আগলৈকে ৰাণী অচেয়েশ্বৰী মাৰ জীৱন কালত শ্ৰীযুত নীল মাধৱ না এম, এ, বি, এল ইষ্টেটৰ Retainer Pleader নিযুক্ত আছিল। কাশীনাথ বৰুৱা মহাশয়ৰ পাচত কমলাকান্ত বৰুৱা ডাঙৰীয়াই বিজনীৰাজা ৰাৰায়ণ ১৯৯১ চনত মৌজা খামৰাষপাড়াত ৭০০০ বিঘা, মৌজা কায়েতপাড়াত ৩৫০ বিঘা, পাক নৌকা মাওৰিয়া গাৱত ৪৪৫০ বিঘা মাটি আৰী মৌৰচী পায়। এই সময়ত এই বংশই পূৰ্ব বাসস্থান কায়েত পাড়া এৰি বৰ্তমান আলহান নামক এই গ্ৰামলৈ আহে। তেতিয়াৰপৰা এই বংশীৰশ্ৰাম ৰয়া বা না শালকেচাৰ বৰ বংশ বুলি পৰিচিত হয়।