পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাযস্থ সমাজৰ ইতিবৃত্ত। । আইভেটি- . 7 31 30 99 ! 9) ৩নং মেপৰ সম্বন্ধে কবলগা :- কটঘুৱীব, এফালে সোণাইবে, জামুগুৰি, বাতবাৰী, বৰবিল আৰু শান্তিজাবিল, আনফালে শিঙিয়া, বালিৰীয়া, টিঙা, কুঁজী আৰু ডেৱৰাবিল। খ—ভূঞাচাপৰি, এফালে শিঙিয়া, বালিবতীয়া আদি বিল, আনফালে সোণাই লৈ। গ—ভুৰাচাপৰি, মৰাসোণাই আৰু ব্ৰহ্মপুত্ৰৰ মাজত। আলিমগাওঁ নগৰৰপৰা বৰথল কচাৰিগাওঁলৈ আৰু চিংঘাটলৈ যি আলি মেপত দিয়া হৈছে, সি এন, চিন নিবলৈ সুবিধাৰ নিমিত্তেহে মেপত দেখবা হৈছে। 1, 2, 3 আৰু ও এই চাৰিটা প্ৰাচীন আলি। 4 আলিটো শ্ৰীমন্ত শহুৰৰ তিনি পুৰুষৰ পাছত দামোদৰ আতাই জযধ্বজসিংহ ৰাজাৰ অনুগ্ৰহত বন্ধোবা বুলি বংশাৱলীত পোবা যায়। 1 আলিটো ৰাঙ্গডঙীয়া আৰু লাইভেটি গাৱৰ মানুহে ৰক্ষা কৰিছে, ৪নং আলিটো বৰ্তমান লোকেলাবাডে হাতত লৈছে। ন* আলিটো পা চিনিব নোবাৰা হৈছে, ৪নং অলিও বৰ্তমানে নাই বুলিলে হয়—বাট আছে। ভেটিৰ কথা—১নং —পৰবৰ্তী কালত গুৰুৰ নাতি-বোবাৰী বিষ্ণুপুৰৰপৰা আহি ইয়াত বাস কৰিছিল , ক লি প্ৰায় দহ পৰা। ২নং ভেঁটি—হিজলিগুৰি, মৰি আৰু চাৰিঘৰীয়া নামে ইষাত তিনটা পুখুৰী আছে, কালি প্ৰায কৰি পূৰা। নং উৈটি—বাৰ, ৰহটলা •ামে দুটা পুখুৰীও আছে। ৰহঢলাহ ১৮ট। কটাশিল ওলাইছিল। বাৰী পুখুৰীত শিলৰ স্বছা কাহী, যাত, পটা আদি বহুত ঘৰুৱা ব্যবহাৰী বস্তু পে বা হৈছিল। বতৃমানে এই ভেটিত শলগুৰি ফৈদৰ অইভেটি নস স্থাপিত হৈছে। ৪নং কোটকো ভেটি, আবাদ চলিছে ক'ল প্ৰায় দুপুৰা। ৫০ং বৰভেটি (ক) দহ পৰা। ৬০ং শিমলুগুৰি ভেটি পচি পৰা। ৭ন বোবালবি (ভটি চাৰি পূৰা। ৮ন মদখো ভোট, মহটি আছে কালি প্ৰায় দহ পুৰা।

  1. elং চতি - ভেটি

তিনি পূৰা। ১০ং চমক। ভেট, হাবি, কালি প্ৰায় পাচ পূৰ। ১১০ং ভেৰভেৰি, বিলৰ কোষত, আবাদ আৰম্ভ হৈছে কালি প্ৰাৰ বাৰ পুৰা। ১.নং পাতকীৰিহাবি, কালি প্ৰায় পে ৰূৰ পুৰা , ইযাক মাসুহে বাৰভূঞা ভেটি বোলে। ইয়াত হাবি কম, কেইটামান পুখুৰীৰ চিন আছে, এয়ে আলিপুখুৰী, চণ্ডীৰৰ প্ৰথম ৰাজধানী। ই প্ৰাচীন ভুচাপৰিৰ ওপৰত। ১৩০ং ধূণীয়। ডেটি, আসাদ আৰম্ভ হৈছে কালি প্ৰায় সাত পৰা। ১৪০ং বৰদোৱা, ই এখান গাওঁ হৈছে , এয় বৰদোৱা পান। ১৫ং ভেটি, হাবি, আবাদ আৰম্ভ হৈছে। ১৬ং বৰভেটি (খ) ১৭নং ৰামপুৰ, বৰ্তমানে ইয়াত সূত্ৰ স্থাপিত হৈছে। ১৮নং বালি, প্ৰাচীন বালিচাপৰিৰ ওপৰত , নৰোবাৰ উপৰি পুৰুষ সামোদৰ আতাই ইয়াত সত্ৰ ছাপন কৰে। ১৯নং বুখাৰ ভেঁটি , ইয়াত বৰ্তমানে কুঁজীসত্ৰ স্থাপিত হৈছে। ইয়াতেই বুঢ়াখাই দাপদৰ সাজি বৃদ্য শাসন কৰিছিল। ৰাম ৰায় জান দিলা ব্ৰাহ্মণক যাই। কুঁজীডেবৰাৰ মধ্যে বুঢ়াখাৰ ঠাই। সেহি দাপদৰে আমি যাদ কৰে যাই। ধুঢ়াখাৰ আগে বাদ হোক শাস্ত্ৰ চাই।” (কালশিলা চৰিত) শুনা যায় ভেটিবোৰ চহ কৰোতে চহকীসকলে শিলৰ, কঁহৰ বাচবোৰ অস্ত্ৰ-পত্ৰ আৰু কাঁহৰ টকা পাইছিল। টকা দেখা মানুহে ফটকাবোৰৰ ওপৰত “মাণিক্য” উপাধিৰ ৰাজাৰ নাম আছিল। অনুমান এই মুদ্ৰা জয়ন্তিয়া ৰাজাৰ আছিল। কিছুমাল খেচত পাতকুৰ ওলাইছে। বস্তুত ভেটিত সৰু-বৰ অনেক পুখী ওলাইছে। 91 99 - 90 91 99 11 h