পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৬৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত। চামটাত প্ৰথম মাইনৰ স্কুল স্থাপন হোৱা সময়ত নিজে বহু চেষ্টা কৰি ধন সংগ্ৰহ কৰি ফুৰিছিল। খেত দেখিবলৈ বৰ শুৱনি গৌৰবৰ্ণ, তেজস্বী আৰু ডাঙৰ-দীঘল পুৰুষ। সভা-সমিতিত সুমধুৰ দীঘলীয়া বক্তৃতা দিয়াত এখেত সুদক্ষ। এখেতৰ যেই সেই বিষয়ৰে বক্তৃতা শুনি মানুহ মুগ্ধ হয়। বৰ্তমানে এখেত ধৰ্মালোচনাত মগ্ন হৈ নিজ ঘৰতে থাকে। মজুমদাৰ বংশ। ভবনাৰায়ণ ওৰফে ভবান | ২ [লখোপুৰৰপৰা যোৱা] বলীনাৰায়ণ মাৰি পোঃ -পুথিৰী গোত্ৰ—গৌতম ধৰ্মসম্প্ৰদা—ভাগৱতী ২। জয়নাৰায়ণ ī ৷ পৰীক্ষিতনাৰায়ণ | 8 সোমনাৰায়ণ ৩ সূৰ্য পাটোৱাৰী বৰুৱাজানী সূৰ্যনাৰায়ণ ভাঃ সোণপাহী পকোৱা চত্ৰনাৰায়ণ ভাঃ (১) দেবীকা গুৱাগাছা সূত্ৰ (২) মধুপ্ৰিয়া পকোৱা (৩) পদ্মপ্ৰিয়া মদাৰতোলা | কন্যা আইচানা পুষ্প স্বাঃ কমল হমিল ভাঃ সফুৰা উমাৰ ভগ্নী চামতা দালাং দেহীনাৰায়ণ ... শিলিবাৰি চাপা বাঃ মণিৰাম বহাটা পদ্মাম কায়স্থ ডাঃ প্ৰাণেশ্বৰী অতিৰামৰ ভগ্নী পানাৰা