পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

উৎসৰ্গা৷

 দৰিদ্ৰ ছাত্ৰ ভিক্ষাৰী বিধবাৰ
 জননী স্বৰূপা,
 সৰ্ব সাধাৰণৰ সজ কৰ্মত
 সৰ্বদায় ব্যস্ত থকা,
 বিদ্যোৎসাহিনী আদৰ্শ গৃহিনী
 স্বধৰ্মত আস্থাৱতী,
 সাধুসেৱা তীৰ্থ ভ্ৰমণত
 একান্ত নিষ্ঠাৱতী,
 প্ৰতিজ্ঞাত অটল পতি পৰায়ণা
 অশেষ গুণৰ গুণৱতী,
 নাৰী চৰিত্ৰৰ জীৱন্ত প্ৰতিমা
 সাধ্বী সতী দয়াৱতী,
 গৌৰীপুৰৰ পৰম পূজনীয়া ৰাজৰাণী সৰোজ বালা দেবীৰ
 পবিত্ৰ স্মৃতিৰ উদ্দেশ্যে অৰ্পিত হল।

 সেৱক—
 শ্ৰীহৰিনাৰায়ণ