পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৩৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(২) তিন যুহীপ্ৰিয়া ৰাচৰণৰ ক (পকোৱা) 1 Mb কিয়া সোণাপ্ৰিয়া ৰূপৱতী পৃঙৰ দধিম বাঃ হাঁহিৰাম শিমলীয়া বালিকৰিয়া বালিকৰিয়া হৰিৰ কথা চামতা বানেকুচি ৮৷ শ্ৰীৰিভূঞা বা হৰি চৌধাৰীৰঘূৰায়ৰ পাচত তেওঁৰ পুত্ৰ হৰি চৌধাৰী পূৰ্বপাৰৰ ভূঞা ৭। এই সময়ত দৰং, লক্ষীমপুৰ ফালৰপৰা কেইজনমান কায়স্থ ভূঞা কামৰূপক অহে; হৰি এওঁলোকৰ লগত লগ লাগে আৰু আশ্ৰয় বিচাৰি চিলাৰায় দেৱানৰ ওচৰত উপস্থিত হয়। চিলাৰা (তওঁলোকক মহাৰাজ নৰনাৰায়ণৰ ওচৰত অশ্বক্ৰান্তত উপস্থিত কৰায়। মহাৰাজ নৰনাৰায়ণে ভূঞাসকলৰ f•জনক ৫২ দণ্ড সময় পৰিমাণৰ ভূমি নিস্কৰ কৰি দিয়ে। হৰিভূঞা এই সময়ত কোচবিহাৰক আহি 'ৰ ওচৰত বাস কৰে। এওঁক কোচৰাজে চৌধাৰী উপাধি দিয়ে। ৯৷ হৰিবল্পভ—এও কোচ ৰজাৰ উজীৰ হৈছিল। মুছলমানে কোচ হাজো অধিকাৰ কৰাৰ পাচত ৰ নাৰায়ণ দৰঙৰ ৰজা হৈ মানাহলৈ তেওঁৰ ৰাজ্য বহলায়। এই সময'ত ৰাজ্যৰ সীমা লৈ কোচৰা • ৰায়ণ আৰু বলীনাৰায়ণৰ ভিতৰত গোলমাল লাগে। বংশাৱলী মতে এই সময়ত হৰিবল্লভে দৰঙ ঙ ৰ হক দাবী ৰক্ষাৰ অৰ্থে লক্ষ্মীনাৰায়ণৰ কথাত প্ৰতিবাদ কৰাত ৰজা তেওঁৰ ওপৰত অসন্তুষ্ট হয়। বল্লভে তাকে দেখি কোচবিহাৰ ত্যাগ কৰি কামৰূপক আহে আৰু বৰনগৰত বাস কৰেহি। এই • ৩ গৌৰীপুৰ ৰাজ বংশৰ উপৰি পুৰুষ কবিবল্পতে হৰিবল্লভ উজীৰক খাগাৰাবাৰীৰপৰা কিছুমান মানুহ হায় কৰাত তেওঁ বজালীলৈ গৈ তাতেই অস্থায়ীভাৱে ঘৰ কৰি বাস কৰে। দৰং ৰজা বলীনাৰাণে এই সংবাদ পাই তেওঁক মঙ্গলদৈলৈ মাতি নিয়ে।

  • পাতাবাৰী শাখাৰ পুৰুৰীমা মতে লোহবৰ ভূঞাৰ অধস্তন ৭ম পুৰ দুয়োজ-১), (২) অত। ঘুজ গম পুৰুষ

() পৰ অৰ্থাৎ পু। মকুচি, লাউতলী আদি শাখাৰ পুৰুষীনামা মতে লোহাৰৰ অয়ন ও পুৰুৰ ২ জন শম ৰঘূৰায় আৰু পুৰু হৰি ভূঞা। এখেতসকলৰ মতে এই শাখাৰ বংশলতা লোহাৰৰ ভূঞাৰপৰা বৰ্তমান সময়লৈকে কতো মিহিঙাকৈ চলি আহিছে। । এই শাখাৰ বংশলতাৰ কোনো পুৰুষৰেই নাম হেৰোৱা নাই। 88