পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৩২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাগ ইতি। ২। হৰিভূঞা-চণ্ডীবৰ আদি ভূঞাসকলৰ লগতে তেওঁ আহি কনৌজপুৰত আছিল; আৰু নাৰায়ণ ভূঞাই যি সময়ত কামৰূপত স্বাধীনভাৱে দেশ শাসন কৰে সেই সময়ত বংশধৰ ৬া গোবিন্দগিৰী কামৰূপক আহি বালিগাৱত বাস কৰে। এওঁ দীঘলপুৰৰপৰা আহিছিল, সেই কাৰণে দীঘলপুৰীয়াও ভূঞা বান গোবিন্দ প্ৰধান আছিল ভূঞা মাঝে। বালিগাওঁ মাঝে তেহে ঘৰ সাজে অনুমতি পাই ৰাজে। ৰাজ আজ্ঞা মানি বাস মাঝে আনি সাজিল ঘৰবাৰী। তাহ'ন তনয় কানাই বলাই দীঘলপুৰীয়া গিৰী। পুত্ৰৰ সহাযে বালিদিয়া গাঞে ছাৰিফালে বান্ধে হাটি। দীঘলপুৰীয়া ভৈল ডেকা ভূত্ৰ। ছাৰি গাঞা লৈলা পাতি। ছাৰি গাওঁ লৈল। দীঘল পুৰীয়া নামত উজলি আছে। ভোগীৰ ৰাজা দেখি মহা তেজা ইহাঙ্কো মাতিলা পাছে। শুনা দীঘলপুৰী ভূ। ডেকাগিৰী কামৰূপেশ্বৰ আমি। তুমি আমি দুই মন মিল হই বাজাকো দিব আসি॥ তান দুই পুত্ৰ মাধৱ দামোদৰ অল্প বয়স আছিলা। সেহি সয়ত ভগৰ লগত তেহতে মিত্ৰ কৰিল। (কত্ৰি ৰকাৰ কৰি অত্যাচাৰ তৈলা মহা শত্ৰজন।

  • এই সময়ত মাধৱদেৰ জন্য নাই; সম্ভবত মাধৱদেৱ গোবিন্দগিৰীৰ পুত্ৰ দেখি লিখকে একেলগে লিখি থলে। —লিখক-