পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/২৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত। • ' পাক শ্ৰীযুত আনন্দিৰামক লগত লৈ চিলঙত থকা আসাম গবৰ্ণমেণ্টৰ চেক্ৰেটৰীৰ লগত দেখা কৰে। চক্ৰেটৰী চাহাবে বিষ্ণুচৰণ চৌধাৰীৰ পুত্ৰ বুলি চিনি পাই এওঁৰ নামত মৌজা বন্দবস্ত কৰিবলৈ আদেশ ‘দযে। তেতিয়াৰপৰা বৰ্তমান সময়লৈ শ্ৰীযুত আনন্দিৰাম চৌধাৰী মহাশযে চপাই মৌজা চলাই আহিছে। এ বয়সপ্ৰাপ্ত নোহোৱালৈকে চন্দ্ৰমল বৰুৱা ডাঙৰীয়াই মৌজা চলাই আছি। মাখিবাহাত থকা মধুসুদনৰ বংশধৰসকল বীৰ আৰু পণ্ডিত বুলি কামৰূপত জনাজাত আছিল। পদ্ম •ৰায়ণ চৌধাৰীৰ শেষ সময়ত মানৰ আক্ৰমণ হয়। মানে মাখিবাহ। আক্ৰমণ কৰাত মানৰ লগত এওঁলোকে • কৰি বহুত মানক ৰণত মাৰি পূবৰ পথাৰত পুতিছিল; তাৰ চিন এতিয়াও দেখা যায়। এওঁলোকে পণ্ডিতলোক সমাদৰ কৰিছিল; নিজে আৰু পণ্ডিতৰ দ্বাৰা বহু ত পুথি লিখাইছিল আৰু সেই অঞ্চলত (তওঁলোকৰ ঘৰত এটা ডাঙৰ পুথিভড়াল হৈ উঠিছিল। ভলুকাবাহৰ পাত তুলাই তাত ৰং কৰিও কিছুমান পুথি লিখিছিল; এই পুথি আমি নিজ চকুৰে দেখিছিলোঁ। এই বিখ্যাত লাইব্ৰেৰী আৰু বহুত পুৰণি ক'ত গৃহদাহত ধ্বংস হৈছে। . শ্ৰীযুত ডেপুটী কালেক্টৰ সাহেবেৰ আজ্ঞা ডিপিউটি কালেক্টৰ সাহেব। জেলা-কামৰূপ সন ১৮২৯ ইংৰাজী নং ২৫৭ শ্ৰীগৌৰীনাৰায়ণ চৌধাৰী ঘৰ বাক্সাৰ পশ্চিম টাঙ্গনি সাবধানে শুনিবা ঘৰ মজঙ্গৰে ১২৬২ ণৰ বন্দবস্তী পেয়ালি কাগজ দাখিল বাক পক ঐ সনে দকি আবাদ হওা প্ৰসঙ্গে তেমি কি আবাদীৰ পেযালি কাগজ দাখিল কৰাতে জাবেতা মত জমা হইয়া •••••১১৭৭৮/১০ পাই সাড়া জমা ঠাহকিয়াছে। বিধায় তাহাতে পাচ তলব কৰা আৱশ্যক অতএব অবিশ এ জমা নবিশ কানুনগোহ লিখিয়া ৰিতিমত তোমাকে লিখা যায় কৰ্তব্য যে দস্তুৰ মত পাট্টা কবুলিয়ত তৈয়াৰ ও আয়তানকে পাট্টা দাদনে কবুলিয়ত লওনত তাহা বাবপাষ হৈতে খাজানা আদায় কৰাইয়া সৰকাৰে চা•••••••"কৰিবা এহা তাগিদ ২ জানিবা। ইতি বানাচ ৫৬ ইং যে ১৬ জুন মোতাবেক সন ১২৬৩ (২ শ্ৰাবন) পুঃ ২৬ গনায় দজ x X X X X x X X X (১৷ শাৰী পঢ়িব নোৱাৰি।) বাস্কাই দি ভোট নামি অহা দুখন দুয়াৰ আছিল। সেই গুণে তাক দ্বাৰ বাঙ্গা বুলিছিল।