পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/২৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত। ২৪৩ শাদেশ কৰে। ইয়াৰ পাচত ৰুদ্ৰসিংহ মহাৰাজে এটি যজ্ঞ পাতি সকলে। মহাজনক নিমন্ত্ৰণ কৰে। অনন্ত আতাৰ চৰিত মতৈ অনন্ত আতাক প্ৰথমে অৰ্চনা কৰিছিল- “সবে মহাজন মানে বহি আছে একমনে সাতো আগে আতাক অৰ্চিলা।”১০৩ অনন্ত চৰিত ভাৰু। ৰজাই কিছুমান ভকতক পাইক কৰিছিল; অনন্ত আতাৰ অনুৰোধত এই সমযত সেই ভকত সকলৰ নাম পাইকৰ পৰা কটাই দিয়ায়। ইয়াৰ কিছুদিন পাচত আউনিআটিৰ সত্ৰাধিকাৰৰ ধৰ্মচাৰ্য পদ গ্ৰহণ কৰাৰ সময় হোৱাত অনন্ত শতাক তালৈ নিমন্ত্ৰণ কৰে। আতা নাৱেৰে গৈ অউনিআটি ঘাট পোৱাত ৰাঙাচৰণ আৰু দামোদৰ 'পুবে + বৰ আৰম্বৰেৰে আতাক সত্ৰলৈ নিযায :- “পাচে দুযো বাপুৰ শিৰত টোপ দিল। সুমধুৰ বাক্যে অত। আশ্বাস কৰিল।॥৮২৩ অনন্ত ১ৰিত। ইষাৰ পাচত অত। কমলাবাৰী থানত দিন দিযেক থাকি সত্ৰলৈ ঘূৰি আহে। আহোঁতে বাটত • এ (চাৰ সোমায- চোৰে আতাৰ সকলো দ্ৰব্য চুৰ কৰি নিযে; কিন্তু সিহঁত এক সদাগৰৰ হাতত ৰ পৰি সকলে। স্বীকাৰ কৰাত, সদাগৰে আতাৰ বস্তুবোৰ অF. সব ত দিযেতি:- “আত। বলে আক চেৰে নিলে আশ কৰ। দুখ পাইলে কিছু নপাইলেক হৰি হৰি। ঈশ্বৰে অ নিষ পুনৰপি দিলে আক। সমন্তে গোৰ্সাইক দিলে। নালাগে আমাৰ। অনও চলি। ইয়াৰ পাচত উজনিত কিবা এটা গোলমাল লাগে। শিবসিংহ ৰজাই বিদেশী মানুহ ধৰাই বন্দী কৰি ৰাখে। অনন্ত আতাকো কামৰূপীয়া লোক বুলি জানি ধৰাই আনি নাবশালত (হাহচৰত) নজৰ বন্দা কৰি কিছুদিন ৰাখে; পাচত কেইজনমান প্ৰধান বিষৰ যত্নহে আতাই নিষ্কৃতি পায়। অনন্ত আতাৰ সাতটি পুত্ৰ সন্তান জন্মিছিল। ১ম পুত্ৰ অলপ বসতে স্বৰ্গী হয়। ২য় বিষ্ণুৰা মঙ্গলদৈৰ বাত সল পাতে। বাকী কেইটি পুত্ৰ আতৰ জীৱিত কালত জীয়াই আছিল। (কশৱ ৰায :- “শৰণ ভজন বসে সৰ্বদাষ স্থিত। মহা দাতাৱন্ত নেদো নাই নোবোলন্ত। সত্ব গুণে গুণান্বিত পৰম মহন্ত।”১০৩ অনন্ত চৰিত। কেশবৰায় আতা শলগুৰিত থাকে। অনন্ত আতা স্বৰ্গী হোৱাত ৰামৰা বৰদোৱাৰ পৰা আহি কোৰামাত অধিকাৰ হয়, আৰু হৰিয় বৰদোৱাক যাষ। হৰিৰায় পণ্ডিত আছিল; এৰাক সকলোৱে ভাগতী আতা বুলিছিল। সংস্কৃত ভাগৱত এৰাই অতি সুন্দৰৰূপে ব্যাখ্যা কৰি সকলোকে আনন্দ দিব

  • সম্ভবতঃ এই ৰঙাৰণেই অধিকাৰ আৰু দামোদৰে ডেকা অধিকাৰ পদৰ নিৰ্মালি গ্ৰহণ কৰিছিল।