পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/২৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৩২ কায়স্থ সমাজৰ ইতিবৃত্ত। নদী, গাজীনগৰ, ৰামৰাহাট, ভায়াগঙ্গা, বৰনগৰ, ইচ্ছামতী নদী, চাচৰি, কণ্টা, গোপালপুৰ, ৰামপুৰ, তব্বোসী, মহানন্দা নদী পাৰ হৈ গঙ্গা পায়। গঙ্গাৰ পাৰত তেৰাই তুলসী ৰোপণ কৰি বাস কৰে। ইয়াতে ঠাকুৰে ইয়াৰ এজন ৰাহ্মণ আৰু অন্য কিছুমানক শৰণ দিয়ে। অথৰ তলে এক যে ব্ৰাহ্মণ শৰণ লৈলন্ত যাই। সেই খানে পাছে পকা গৃহ কৰি পাঞ্চ ভক্তে নাম গায়॥” ১৩৭ কেশৱ চৰিত শ্ৰীচন্দ্ৰজি। ইয়াৰ পাচত ঠাকুৰে ১৬৭১ শকত গঙ্গাৰ পাৰতে বৈকুণ্ঠগামী হয়। ঠাকুৰে যত প্ৰয়াণ কৰিছিল তাতেই সেই ঠাইৰ শিষ্যসকলে এটি পকা মন্দিৰ নিৰ্মাণ কৰে যিথানে শৰীৰ পৰিল তহিতে দ্বীজে পকী গৃহ কৈলা॥৭৪ কাৰ্তন কৰাইতে চাৰিজন ভক্ত বিপ্ৰ ৰাখি তৈতে। অদ্যাপিও সিটে। স্থান খনি আছে গঙ্গাৰ প্ৰহৰ অন্তে।” অনন্ত আতাৰ চৰিত্ৰ ভদ্ৰচাৰু। চতুৰ্জ ঠাকুৰ চলাৰ পাচত তেৰাৰ পত্নী কনকলত। আযে কিছু দিন ধৰ্ম প্ৰচাৰ কৰিছিল। কনবলত। আইক ভক্তসকলে লগ। আই ও বোলে। এৰ উজাই আহি বৰদোৱাৰ ৫ মাইল পূবে ৰাইদঙীযা 'ৱৰ ওচৰত থাক , ২ পৰবৰ্তী কালত “আইভটি' বুলি জনাজাত হয়। লক্ষী আই য'ত আছিল তাত এই ঘৰৰ ভেটি, বেলগছ দুজোপা এতিযাও আছে। এই ভেটিত এটা কীৰ্তন ঘৰ সাজি ভক্তসকলে ক্ৰমে আজি পৰ্যন্ত নাম কীৰ্তন ব িআ হছে। কনকল ৩া আষে বহুতক শৰণ কৰাইছিল; আৰু বাৰজন আচাৰ্য পাতি উজনীলৈ ধৰ্ম প্ৰচাৰ কৰিবলৈ পঠাইছিল। বনবলত। আইৰ লক্ষী আই নাম হোৱা সম্বন্ধে চৰিত্ৰত আছে- মীৰজুমলাৰ আক্ৰমণৰ ফলত দেশত প্ৰ য দুবছৰ খেতি নাছিল। কনকলতা আইৰ লগত চকুৰ গৃহস্থী আৰু তিনি কুৰি উদাসীন ভক্ত আছিল; অযে পূৰ্বৰ সঞ্চিত ধন ভাঙি ভক্তসকলক প্ৰতিৰো এঘাৰ পূৰাকৈ চাউলৰ ৰোজ দিছিল; কিন্তু পাচত ধন দিয়ে। চাউল নোপোৱা হলত আয়ে নিজে সিজাই ভক্তসকলক খাবলৈ দিবলৈ ধৰিলে। চৰিতৰ মতে আয়ে কেৱল তিনি পূৰা চাউল সিজায়েই সমস্ত ভব তক পেট ভৰাই খুৱাব পাৰিছিল। সেই কাৰণে ভক্তসকলে আইক “লক্ষী আই” উপাধি দিখিল | লক্ষ্মী আই মৰমলাৰ। কমণত দেশৰ অৱস্থ কেনে হৈছিল তাৰ বিষয় অনন্ত আতাৰ চৰিতত ভদ্ৰচাৰু দেৱে লিখিছে :- সেহি কালে আমি বাৰ বঙাল আসাম সমে ধুমায় ৰণ লাগিলেক। ৰণ জয ভৈলে আসি আসামৰ প্ৰজা হৰিলেক॥ দুৰ্বল সঙাল সবে উজাৱয় চতুৰ্ভিতি গ্ৰাম দেশ লুড়ি কাটি মাৰি। হেন দেখি প্ৰায় হুয়া আতি মহাভ পাৱয় দেশ গৃহ ছাৰি।” ১৩৫ বালৰ দলে পাচে