পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/২৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত। আৰু সভাৰ সকলো ৰাজ্যৰ সৰহ খিনি দুৰ্লভ নাৰায়ণে অধিকাৰ কৰি পঞ্চ গৌড়েশ উপাধি ধাৰণ কৰে। বৰ্তমান কামৰূপ, ৱালপাৰা, কোচবিহাৰ, জলপাইগুৰি আদি জিল। এই সময়ত দুলাভৰ হাতত পৰে। চণ্ডীবৰ আদি ভূঞাসকল অলপ দিনৰ ভিতৰতে বৰ প্ৰতাপশালী হৈ উঠা সংবাদ দুলত ৰাজাৰ কাণত পৰে। এই সময়ত চণ্ডীবৰে ৰজাৰে সিমান বা-বাতৰি নোলোৱাত পৰিছিল। দুলভ নাৰায়ণে সই কাৰণে তেওঁৰ সেনাপতিক পঠাই চণ্ডীৰৰক চক্ৰান্ত কৰি ধৰাই নি লন্দী কৰি থ্য। চণ্ডীবৰ ধী অৱস্থাত দহ মাহ থাকে। এই সময়ত নবদ্বীপৰপৰা চকবি নামে এজন বিজষ পণ্ডিত দুলত নাৰায়ণ ৰজ সভালৈ আহে পণ্ডিতকে তত পৰাস্ত কৰে। ৰজাই চণ্ডীবৰৰ পাণ্ডিত্যৰ কথা জানিব পাৰি চন্দ্ৰ কবিৰ লগত তৰ্ক কৰিবলৈ দিয়ে; চণ্ডীবৰ ইয়াত জী হোৱাত, ৰজাই তেওঁক মুক্তি দি “দেবীদাস” ধি দিযে। চণ্ডীবৰ পুনৰ লেঙামাগুৰীলৈ আহে। অলপ দিনৰ ভিতৰতে চণ্ডীৰৰ পুনৰ ক্ষমতাশালী হৈ উঠে, সেই কালত দেশত বহুত ভূঞাই পদশিক শাসনকৰ্তা হৈ দেশ শাসন কৰিছিল; চণ্ডীবৰ সকলোৰে ভিতৰত প্ৰতাপী হৈ উঠে- ভৈলন্ত প্ৰসিদ্ধ ভূণা বহুলোক পাল। লগতে উয যাৰ এশীখা- ঢাকা। ধনুৰ্ধৰ পাইক সবে খাটে ছতৰ। গোৰেশ্বৰ পাক নাম চণ্ডীৰ॥৯॥ সৃণ দ্বা পূবে বাহভূঞা চণ্ডীবৰ অব। অনুক্ৰমে ভূঞ্জে কামৰূপ বসুন্ধবী। সবাৰে মধ্যত ক্ষেত্ৰী ভুঞা চণ্ডীৰৰ।২৫২৬ ৰাচৰৰ্ণ। চণ্ডীবৰৰ ৰাজধানী মাগুৰী গাৱত আছিল। ইয়াৰ পৰ বৰহাট এ বৰ লৈ অ4 হাজোলৈ তেওঁ দু• আলি বন্ধায়; আলিৰ চিন এতিয়াও মাজে মাজে দেখিবলৈ প। গান। তৃণাসকলৰ সময়ত ‘ব : হাজো আৰু বৰহাট বাণিজ্যৰ ঠাই আছিল। মা গুৰা আৰু বৰ নৰে পৰ্বতৰ নামনিত কেইটা • • পুখুৰীৰ চিন আছে। বৰামবৈ পৰ্বতৰ পুখুৰীৰ পানী এতিযা ও নিৰ্মল অৱস্থা আছে। কিন্তু এনে অৱস্থাত ভূঞাসকলৰ দিন নগল। দুলভ নাৰায়ণ স্বৰ্গী হোৱাত তেওঁৰ পুত্ৰ ইৰাষণ ৰত হয়। ইন্দ্ৰনাৰাষণ দুৰ্বল আছিল। তেওঁনদিনত (ভাটে তেওঁৰ ৰাজধাল গৰিয়। বা গৌড় নগৰ আক্ৰমণ কৰি

  • ভণ্ড কৰে। ভোটে পূবত থক। চণ্ডীবনকে আক্ৰমণ কৰে আৰু তেওঁৰ পুত্ৰ ৰাজধৰক বন্দী কৰি

7। চণ্ডীবৰে তোটক তাৰ সেকা দিবৰ অৰ্থে সকলে। ভূঞাক সংবাদ দিয়ে; কিন্তু কোনো তুই তেওঁৰ লগত যোগ দিবলৈ আগ বাঢ়ি হিল। সম্ভবতঃ সিবিলাকে চণ্ডীবৰৰ প্ৰভাব দেপি ভাল ইছিল। চণ্ডীবৰে নিজে কিছুমান ৰণুৱা লগত লৈ (৩'টক খেদি গল আৰু ভোট দেৱানগিৰি পাৰ নীতওঁতেই তেওঁলোকক বেঢ়ি ধৰিলে। চণ্ডীৰ আৰু ভোটৰ ভিতৰত এখান মস্ত যুদ্ধ হল; ভোট সম্পূৰ্ণ কাপ হৰি পৰ্বতলৈ সৰ দিলে; চণ্ডীবৰে ৰাজধৰ আৰু তেওঁৰ নগৰৰ মানুহক লৈ মাগুৰিলৈ আহিল। স্বাধীন শিৰোমণি ভূঞাঃ- চণ্ডীবৰে কামৰূপৰ কলৰ ঈৰ্ষা ভাৱ দেখি সেই ঠাই ত্যাগ ৰ'কে স্থিৰ কৰিলে। সেই সমযহ বৰ নদীৰ পূবে লক্ষীমপুৰ জিলাৰ সুৱণশিৰী •ৈ লৈ আদি ভূঞাসকলে