পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/২৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২১৮ কায়স্থ সমাজৰ ইতিবৃত্ত। দুৰ্লভনাৰায়ণে কিছুকাল ৰাজত্ব কৰাৰ পাচত কান্যকুজৰপৰা চণ্ডীবৰ, শ্ৰীহৰি, শ্ৰীপতি আদি কেইজনমান কায়স্থ আৰু ব্ৰাহ্মণে তেওঁৰ আশ্ৰয় লয়। দুৰ্লভনাৰায়ণে চণ্ডীবৰ আদি কায়স্থসকলক প্ৰাদেশিক শাসনকৰ্তা পদত নিযুক্ত কৰে। তেতিষ তেওঁলোকৰ উপাধি ভৌমিক বা ভূঞা হয়। দুৰ্লভনাৰায়ণৰ ৰাজধানীৰ নাম গৰিয়া নগৰ॥ ভূঞা- সকলে ৰাজধানীৰ ওচৰতে ঘৰ কৰে; আৰু তেওঁলোক থাকা মতে সেই ঠাইৰ নাম কলোকাপুৰ হয। চণ্ডীবৰৰ পিতৃ লণ্ডাদেৱৰ বিষয় চৰিত পুথিত লিখিছে :- “লণ্ডাদেৱ নামে সিটে। পুৰুষ অদ্ভুত। অস্ত্ৰ-শস্ত্ৰ শাস্ত্ৰত যে বৰই পাৰ্গত। পৰম গম্ভীৰ ধীৰ বুদ্ধিত সাগৰ। পৃপিৰীত নাহি লণ্ডাদেৰ সমসৰ। বঙাল মাৰিৰে গৌৰেশ্বৰে পাঞ্চি দিল। সমস্ত জ্যক জিনি একত্ৰ কৰিল।” ৰামচৰণ ঠাকুৰ। কিছু দিনৰ পাচত দুৰ্লভৰাষণ আৰু ধমপালৰ ভিতৰত কিবা কাৰণত ৰণ হয়। কেইদিনমান ৰ চলাৰ পাচত দুয়োৰে ভিতৰত সন্ধি হয়। ধৰ্মপালে চণ্ডীৰৰ আদি ভূণাসকলৰ বীৰত্ব দেখি তেওঁলোকৰ পোজে; দুৰ্লনাৰায়ণ ও মিতা ৰক্ষা কৰিবলৈ। তওঁলোকক দিবলৈ বাধ্য হয়। চণ্ডীৰৰ আদি এ সকল বাধ্য হৈ পালৰ ৰাজ্যলৈ আহিব লগাত পৰে। বৰ্মপালে চণ্ডীবৰক সকলোৰে ওপৰত শিৰোমণি তৃকা পাতি বজ্যৰ পূৰ অঞ্চল ৰক্ষা কৰিবলৈ পূবলৈ পঠায আৰু তেওঁলোকক নিজে পছন্দ বা -বাৰী বাঙ্গি থ ক ল অনেশ দিযে। ভাসলে বহ্মপূৰ চৈধ্য দিন উজাই আহি হাজোৰ ওচৰত লেঙ্গামাগুৰি। নামে বিলৰ পাৰত উঠ জোৰপৰা বৰদলৈ ব'মৰূপৰ সই অঞ্চলক লেঙ্গামাগুৰি বুলিছিল। চণ্ডীৰৰ আদি ভূঞাসকল শাগুৰিত ১ গ ১ম কাঠ কৰি ঘৰ-বাৰী ৰন্ধে আৰু মাগুৰিত ৰাজধানী পাতি পূব সীমান্ত ৰ'ছ। ৰক্ষা কৰিবলৈ ৰে। এই সমযত কামৰূপত ভাটৰ বৰ উপদৰ হৈছিল। ভোটবিলাকে হাজাৰ হন গ্ৰীব মাধবক মহামুণি অৰ্থাৎ বুদ্ধদেৱৰ মূৰ্তি ভাবি পূজা কৰিছিল আৰু সমস্ত কামৰূপতে তেওঁলোকৰ অধিকাৰ বৰ্তাবলৈ যত্ন কৰিছিল। ভূঞাসকল লেঙ্গামাগুৰিত কাৰ পাচৰপৰা ভোটৰ উপদ্ৰব কমি হ'বলৈ ধৰে। সাত মাহৰ মূৰত তেওঁলোকে কনৌজ পূৰৰপৰা ভাৰ্য্যা-পুত্ৰ-পুৰোহিত আনে। দেৱ কনৌজ পুৰত স্বৰ্গী হয। এই সমযত আকৌ এটা ঘটনা হয় :- ধৰ্মপাল ৰজা কামাখ্যাদেবীৰ শপত গ্ৰহীন হৈ দেশ ত্যাগ তেওঁৰ পুতেক তাম্ৰধ্বজ কামৰূপ-কমতাৰ ৰজা হয। তেওঁ দুৰ্বল আছিল; সেই কাৰণে তেওঁৰ

  • ১০১ পৃঃ গৌডেৰ ইতিহাস—জনীকান্ত চক্ৰবৰ্তী।

। শৰিা গাডৰ অলংগ হব পায়। । ডোমাৰ কৰি (ভূঞাসৰি), বৰুৱাজানি,। মৌ (ডিমলাৰ অলংশ), মাগুৰি, উপৰা, সৰহাটা (ভূঞা আৰু ভোটৰ বাণিজ্যম) লেঙ্গই গা আদিত কোঠ থকা অনুমান কৰ। ভূঞাপপাৰ, বৰুৱা পথাৰ মাষৰ পৰাৰে ইয়াত আছে।