পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/১৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত। ২২ হেমকাদেৱ ভা: পদ্মাৱতী ২৩ দামোদৰদেৱ ভা: দেবপ্ৰিয়া (অমৃতসেনৰ কন্যা) শুকাইকুচি, কামৰূপ ২৪ ঘনকান্তদেৱ ভা: বানেশ্বৰী (নৰনাথৰ কন্যা) দিগিপা, মঙ্গলদৈ শ্ৰীদেৱকান্ত গোস্বামী চন্দ্ৰকান্তী স্বাঃ অৰুণচন্দ্ৰ বৰুৱা চামত, কামৰূপ শিৰোমণি ভূঞা—ৰেৱৰ্তী আইৰ বংশ-বিষ্ণুপুৰ অধিকাৰী॥ বিষ্ণুপুৰ পোঃ যোগীঘোপা গোৱালপাৰ। সুমিত্ৰা আই আঃ মনোহৰ গাভৰুগিৰী ১৮ বিষ্ণুদেব ī ১। গোপালনাৰায়ণদেৱ (বিষ্ণুপুৰ) ২। মাধৱচৰণ (ঘিলাঝাৰিসল, কামৰূপ) ২০ জয়নাৰায়ণ ভা: দেৱতীদেৱী (বালচন্দ্ৰ বৰুৱাৰ কন্যা) ৰাঙামাটি, গৌৰীপুৰ TA ৰেৱতী আইৰ কন্যা অনন্ত আইৰ বংশধৰসকলে ৰেৱতীক পুৰুষোত্তম ঠাকুৰৰ ভাৰ্য্যা দোলে, আৰু ৰেৱতী আইৰ কথা মিত্ৰা আইৰ বংশধৰসকলে ৰেৱতী আইক চতুৰ্ভুজ ঠাকুৰৰ ভাৰ্য্যা বলে। পৰৱৰ্তী কালত বিষ্ণুপুৰে চতুৰ্ভুল ঠাকুৰৰ কন্যা ভদ্ৰা আইৰ বংশধৰ শলগুৰীয়া গোসইঘৰৰপৰা পোয় গ্ৰহণ কৰে; ইয়াৰপৰা অনুমান হয় ৰেৱতী আই চতুৰ্ড ঠাকুৰৰহে 'যা আছিল আৰু অনন্ত, সুমিত্ৰা দুই গৰাকী অই সহোদৰ আছিল।