পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/১৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সৰাজৰ ইতিবৃত। শৰণ-ভজন-নাম-ম দান কৰিব পাৰা ক্ষমতা পায়। চাৰিসৰৰ শিষ্যসকল সলৈ আহি বা কোনো বাহৰলৈ আহি শৰণ হোৱা নিয়ম। বহুত দূৰ ঠাইত থাকা শিষ্যৰ পক্ষে সি সম্ভৱ হৈ সুঠাত দেখি হাতেদিয়েই নাম-মন্ত্ৰ গ্ৰহণ কৰে। বহুত শিষ্যই গুৰুৰ নাম শুনাৰ বাহিৰে দৰ্শন কৰিবলৈ নোপোৱা বুলিও শুনা যায়। এইদৰে দৰ্শন নোপোৱা শিষ্যৰ পক্ষে এই গুৰুসকল “ঈশ্বৰ পুৰুষ অৰ্থাৎ নিৰাকাৰ ঈশ্বৰদৰে হৈ উঠিছে। দুৰৰ শিষ্যসকলে মেধিকেই গোৰ্সাই বুলি মান কৰে আৰু তেওঁৰ শিক্ষকেই গ্ৰহণ কৰে। চাৰিসত্ৰীষ। গোৰ্সইসকলৰ প্ৰভাব বৰ বেচি আছিল; সিসকলে যি গাৱলৈ যি কথাকে লিখি আদেশ দিছিল—সেই গাৱে তাকেই পালন বৰিছিল; বৰ্তমান সমযলৈকেও কিছু কিছু আছে। চাৰিসত্ৰীয়া গোৰ্সইসকলে যি ব্যৱস্থা দিছিল তাৰ লৰচৰ নহৈছিল। প্ৰাচীন কালৰপৰা অৱস্থাপন্ন সত্ৰবোৰত সংস্কৃত শিক্ষাৰ ব্যৱস্থা আছিল; কিছুমান টোলত অধ্যাপক ৰা হৈছিল আৰু ভকতৰ লৰাবিলাক সংস্কৃত পঢ়োৱা হৈছিল। বৰ্তমান সমযলৈ আউনিআটি আৰু দক্ষিণপাট সত্ৰত দুজন উপাধিধাৰী পণ্ডিত থাকি ব্ৰাহ্মা ভকতৰ লৰা কিছুমানক সংস্কৃত পটায। ৬ মধ্য অসমৰ চাৰিসত্ৰ। নগাৱত চাৰিসত্ৰ বুলিলে নৰোৱা, শলগুৰি, দীঘলী আৰু চামগুৰি সত্ৰক বুজাইছিল—বৰ্তমানেও তাৰে কিছুমানে তাকেই বুজে। ইবিলাকৰ অৱস্থাও আহোমৰাজ আমোল সবল আছিল। অৱস্থাতকৈও গুৰুৰ নাতিবংশ বুলি সম্মান বেচি আছিল। চাৰিওঘৰ গৃহী—চাৰিসত্ৰ নাৰ পালেও ৰজাসত্ৰৰ তুলনাত সম্পত্তি তাকৰ; সম্ভৱতঃ এই কাৰণে ইবিলাকৰ ভিতৰত ৰাজঘৰীয়া চালচলন সোমোৱা নাছিল। কিন্তু নৰোৱা আৰু শলগুৰীয়া গোসইসকল চহৰ ফুৰিবলৈ (শিষ্যগাওঁ ফুৰিবলৈ) ওলালে আগেযে ৫০৬০ জন ভকত লগত ফুৰিছিল, আজি কালি ৫৬ জনত পৰিছে। আহোমৰাৰ দিনত কোনো ঠাইত ইবিলাককো বাহৰ সাজি দিছিল, আজি কালি গাৱৰ নামঘৰতে থাকিবলৈ জোৰে। ইবিলাকক দেখা (ক্ষাত কৰিবলৈ পাচনী আদি ভকতৰ জৰিযতে অনুমতি লোৱাৰ আৱশ্যক নাই—শিষ্যসকলে সহজতে এ সাক্ষাত হব পাৰে আৰু সকলো শিয্যে গুৰুৰপৰা নাম-মন্ত্ৰ লবলৈ পায়। উজনিৰ চাৰিসত্ৰৰ গোসাইতকৈ ইবিলাকৰ শিষ্যৰ লগত সম্বন্ধ বেচি, আজি কালি ক্ৰমে অন্যান্য গোৰ্সাইৰ নিচিনাই গুৰু শিষ্যৰ সম্বন্ধ আৰু ওচৰ চাপিছে। এই চাৰিসত্ৰীয়া গোসইসকলৰপৰা অন্যান্য সত্ৰৰ কিছুমান গোসায়েও ৰিমাৰ্থৰ শিক্ষা লাভ কৰে। এনে পৰমাৰ্থ লাভ কৰা গোসইসকলৰ ঘৰত উক্ত চাৰিসত্ৰীয়া গোৰ্সাই- বল ২|৪ দিন বাস কৰে। মধ্য অসমৰ দিহিং সত্ৰ-এই সত্ৰৰ নিয়ম প্ৰণালী উজনিৰ চাৰিত্ৰ বা ৰজাসত্ৰৰদৰে; আৰু শিষ্যই ইজতে গুৰু দৰ্শন হবলৈ পোৱাটো অলপ কঠিন। ৭ উজনিৰ অন্যান্য গোসইসকল উজনিৰ ফলে প্ৰায় সকলো গৃহস্থৰ ঘৰ ধূপ কৰি বান্ধা-নামনিৰদৰে পৃথক পৃথক নহয়। আনকি, হস্থৰ উপাসনা ঘৰ বা গোসইঘৰটোও থকা বা বহাঘৰৰ লগত যোগ থকা। গোহালি আৰু ভৰাঘৰৰ বাহিৰে সকলোৰোৰ ঘৰ সংযোগ থাকা—এটা ঘৰৰদৰে। এই কাৰণে বিশিষ্ট বৰলোক আলহী, বিশেষকৈ