পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত। ধৰ্মোত্তৰ পোঁয়ায়স্থ বংশধৰসকলৰ কিছুমানে পৰৱৰ্তী কালত “মহন্ত হয়; কিছুমানে গুৰুৰ আদেশত ভোজন নামে। লোক সাধাৰণক দিছিল, বৰ্তমানেও কিছুমানে দিয়ে। বিষয়াসকলৰ ভিতৰত ধৰ্ম-চৰ্চা বেচি হোৱাৰ ফলত সিবিলাকৰ ভিতৰৰপৰা বহুত কবিৰ উদ্ভৱ হৈছিল। কিন্তু বৰ দুখৰ কথা সেইসকলৰ বিবৰণ সময় অভাবে আমি সংগ্ৰহ কৰিব নোৱাৰিলে॥ বংশাৱলীত অতি সামান্য ভাৱে ২১ জনৰ বিষয়হে লিখা হৈছে মাত্ৰ। ভগবানে সময় দিলে এই বিষয় আলোচনা কৰিবলৈ আশা ৰাখা হল। টোকাওপৰত কেৱল সত্ৰবিলাকৰ আৰু সত্ৰ স্থাপনকাবিলাকৰ তালিকা দিয়া হ’ল মাত্ৰ। ১০ম তাধ্যায়। [ প্ৰাচীন কামৰূপীয় সমাজ। ] ১। প্ৰভু শ্ৰীশঙ্কৰদেৱৰ সাম্যবাদ আৰু সমাজ। প্ৰংয়ে উপদেশ দিছিল-- “এক দেব, এক সেৱ, এক বিনে নাই কেব।” আৰু কৈছিল

  • অন্য দেৱা দেব নকৰিব। সে

মুক ন'চাইব প্ৰসাদ • 'খাইব। ofan (57 ," কিন্তু লগতে কৈছিল “কবে। ননদিব, কাকে। নবন্দিব।" প্ৰভয়ে কেবল এক ভগবানকে চিন্তা কৰিবলৈ দিছিল--অন্ত দেৱ-দেৱীৰ উপাসনা কৰিবলৈ বাৰণ কৰিছিল, কিন্তু লগতে কৈছিল--তুমি অন্য দেব-দেৱীক উপাসনা নকৰিলা বুলি কিন্তু সেইবিলাক উপ- সকক বা দেৱ-দেৱীক নিন্দা নকৰিবা। যাৰ যেনে অভিৰুচি সি সেইমতে চলক, তাক বেয়া বোলাৰ অধিকাৰ তোমাৰ নাই। [ অপৰৰ ধৰ্ম মত বেয়া বুলিলে ভাল নোপোৱা আৰু উভযৰ ভিতৰত কাজি যাৰ সৃষ্টি হোৱা স্বাভাৱিক।] কিন্তু সেই বুলি কোনোৱে শ্ৰদ্ধা সহকাৰে কোনো কথা সুধিলে নিজৰ প্ৰৱৰ্তিত পথৰ কথা কোৱা যে বে সেইটো নহয়। প্ৰভুয়ে শিক্ষা দিছিল— “জল বায়ু বহ্নি মহী নক্ষত্ৰ আকাশ। বৃক্ষ নদী ক্ষুদ্ৰ পাশ।