সমললৈ যাওক

পৃষ্ঠা:প্ৰাকৃত বিজ্ঞান.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

5)

TI খিছনি ঠাইবিনাকবপৰা কেতিয়াবা একুৰা জুই উঠ দেখা যায়। তাকে মানুহে ধন-গুলৈ (Ignis fatuus) বোল, আক ভাবে যে কোনো! ধন থকা ঠাইবপৰ| ওলাই চাৰিওফাৱে চৰি ফুবে। কিন্ত ই সম্পুৰ্ণ মিছা। সেই জুই ধন থকা ঠাইৰ পৰাও নোলায়, আৰু সি ধনৰ কালিকাও নহয়। কেবা বিধ ভাপ গোট খাই এই জুই উৎপন্ন হয়। য’ত RW ওু, মুত, ও গেলা, পচা গছপাত আদি অধিক পৰিমাণে থাকে সেই ঠাইৰপৰা এবিধ ভাপ উৎপন্ন হৈ বায়ু ও আন ভাপৰ লগত মিহলি হলেই জুই উঠে; তাকে বতাহে চলাই লৈ ফুৰে ।

হাতী, ঘোৰ| wa ঠাইৰপবা এই জুই অধিক পৰিমাণে ওলোৱা দেখা যায়। দ্ৰৱ বস্তুৰ অনেক গুণ ভাপবিলাকতো দেখা যায়, যদিও মেই গুণবিলাকৰ পৰিমাণ অনেক কম-বেছ আছে । জব বন্ধৰ বিন্দুবোৰ যেনেকৈ সহজে পৃথক্‌ কৰ| যায়, ‘ভাপৰ বিন্দুবোৰও মেই দৰে অতি সহজে of 1তৰা-আতৰি_ কৰা বায়। দ্ৰৱ বস্তুৰ দৰে ভাপৰ যেই সেই এঠাইত হেঁচা দিলে মেই হেঁচা চাৰিওফালে সমানে লাগে। কোনে| বস্তু পানীত বুৰালে যেনেকৈ তাৰ সমান আয়তন। পানী এফলীয়| হয় ate সেই এফলীয়| হোর! পানীখিনিৰ ভাৰৰ সমান সেই বস্তুৰ ভাৰো কম হয়, সেই দৰে কোনে| বস্তু ভাপৰ, মাজত থাকিলে তাৰ সমান আয়তন ভাপ আঁতৰ হয় আক সেই Stee হোরা ভাপ- খিনিৰ ভাৰৰ সমান লেই বস্তুৰ ভাবো কম পৰে। হেঁচাৰ দ্বাৰাই দ্ৰৱ বস্তুব আয়তন নিচেই অলপমান মাত্ৰ কম কৰিব পাবি, কিন্ত ‘পৰ হলে অধিক পৰিমাণে কম কৰিব পাৰি। state দ্ৰৱ বস্তু অধিক পৰিমাণে ঘন ও গধূৰ |