Ce) (Chlorine) 1 কোনোবোৰ ভাপৰ ব্ৰণ আছে, কোনো- বোৰৰ নাই; কোনোৌবোৰৰ কোনো গোন্ধ নাই, কোনো যোবব দূৰ্গন্ধ আছে; কোনোবোৰ বিষাক্ত, কোনোবোৰৰ তেনে হানীকৰ গুণ নাই। কোনোবোৰ ইমান বিষাক্ত যে তাক | মিশ্বা aca ভীব-জন্ব মৰি যায়। কোনোটোৰ বিষাক্ত গুণ ন্মই, sais তাৰ ভিতৰত বা তাক নিশ্বাস লৈ অন্ত জীবাই থাকিব নোৱাৰে 3 যেনে জ্বলজান আঁক যবক্ষাবো২পাদক। অন্নজ্জান জীৱনৰ প্রধান উপায়) ই নহলে জন্তু এক খণ্তেকো Has থাকিব নোৱাৰে ৷ = ভাগৰ এটি, প্ৰধান স্বাভাবিক গুণ এই যে একে ঠাইতে কেবাবিধো ভাগ থাকিলে গোটা বা কোনে কোনো দ্ৰৱ বস্তুৰ নিচিনাকৈ বেলেগ হৈ নেথাকি এটাই কেওবিধ, মিহলি হৈ পৰে । পৃথক পৃথক্ ভাপ পূর্ব কিছুমান পাত্র যদি পৰস্পৰ সংযোগ থাকে, ভেনেহলে এক Aad ভাগ আন গাত্রনৈ গৈ মিহলি হৈ 1 গৱে। এইটি গুণ নথক| হলে যৰে ভাপ তাতে থাকিলে হেতেন; ইয়াবপৰ| যে অগতব কিমান অগকাঁৰ হল হেতেন তাক কব নোবাবি। এই পৃথিবীৰ নানা ঠাইত আৰু নানা, কাৰণৰপৰা মানা wife ভাপ উৎপন্ন হয় | কোনো অপবিষ্কাৰ ঠাইত এনে 1 অপকাৰী ভাগ ওনার যে সি মানুহৰ গাত লগা মাত্র ৰোগ ব্যাধিব উৎপতি হব পাঁবে। কিন্তু ভাগৰ পৰস্পৰ মিহলি- হোতা গুণটি থকাৰ কাৰণে এনে দুর্ঘটনা প্রায় দেখা নেযায়। যেতিয়া য’ত যেনে ভাগ উৎপন্ন হল লাগিল সি তংক্ষণাৎ বায়ু বা আন ভাপৰ লগত মিহলি হয় আক তাৰ হানীকৰ গুণো নাশ হ্য়। That এই নিচিন| অপকাৰী বায়ু অধিক পবিমাথে উঠা দেখা
পৃষ্ঠা:প্ৰাকৃত বিজ্ঞান.pdf/৯৫
অৱয়ব