{ ৮৮)
শক্তিৰ দ্বাৰ| সংযোগ কৰিলেহে পানীৰ উৎপত্তি হয়; আন | meq উপায়েৰে এই দুটা ভাপক সংযোগ কৰি পানী কৰিব | লোরাৰি। কোনো কোনো বিধ ভাপক কেতিয়াও গোট| বা
দ্ৰৱ অৱস্থালৈ আনিব নোৱাৰি | ৭২ | ভাপৰ গুণ। ওপৰত কোৱা হৈছে (৫৬) যে
ভাপ বা বায়ু-সদৃশ বস্তুত বিন্দুৰ আকর্ষণ শক্তিতকৈ তাপৰ শক্তি,
প্ররল, এই কাৰণে তাৰ বিন্দুবিলাক মেৰেঙা-সেৰেঙি হৈ বহু ঠাই জুৰি থাকে আৰু চাৰিওফালে মেল খাই বহুল হৈ যাবলৈ ধবে। গোটা আৰু দ্ৰৱ বস্তুবিলাকে নিজ নিজ আয়তনৰ সমান ঠাই ব্যাপি থাকে; কিন্তু ভাপবোৰ সেই নিচিনা নহয়। এটা বহল বায়ুশূগ্ত পাত্ৰত যদি অলপমান ভাপ: এৰি দিরা যায়
তেন্তে সি ফেণ|-ফেণি হৈ গোটেই পাত্র জুৰি পৰিব 1 এই নিমিত্ত ৷
তাৰ বহুল হোরা আৰু কৌচ খোৱা| গুণটো গোট| আক ma বস্তুতকৈ অনেক বেছি (১৩) I
হেঁচা পালে সকলো ভাপ কৌচ খায়; হেঁচা বিমান প্রবল হর, পিইতৰ আয়তনো পিমান কম হয়। আয়তন কম হলে ঘনত্ব বৃদ্ধি হয়। হেঁচ| অতৰাই নিলে স্থিতিস্থাপক গুণৰ aia ‘ভাপ পুনৰ ওকগডিবলৈ ধৰে। হেঁচা বিমান বৃদ্ধি হয় স্থিতিস্থাপক গুণে সেই অনুসাৰে বৃদ্ধি হয়। তাপ প্রবল হলে ভাপৰ আয়তন বাঢ়ে, অর্থাৎ পাতল বা কম ঘন হয়; শীত প্ৰৱল হলে আয়তন কম হয়, অর্থাৎ বেছি ঘন বা গধুব হয়।
‘ভাপৰ সংখ্যা অনেক। কিন্তু তাৰ ভিতৰত মেটে চাইটা হে শূলভাপ। সেই চাইটা এই £-অম্নছান (Oxygen), জলজান (Hydrogen), যৰহ্ষাবোৎপাদক (810,60890), আৰু ক্লোৰিণ