( নি)
থাকে। অর্থাৎ যি বিধ গাখীৰত অধিককৈ পানী থাকে তাত
৷ নলৰ অলপমান হে ওলাই থাকিব; কিন্তু ঘি বিধ গাখীৰত কম গানী থাকে তাত তাৰ অধিক ভাগ ওলাই থাকিব। এই দবে কোন বিধ পানী-মিহলি গাখীৰত মেই নালৰ কিমানলৈকে তল যায় তাঁতে একোটি অক কাটি লব লাগে; পাচে আন গাখ বত জুবুৰিয়ালে এই যন্ত্ৰৰ নাল কোন অকলৈকে তল যায় তাক চাই সেই সেই গাখীৰত কিমান পানী থাকে কব পাৰি ৷
একাদশ আধ্যা | ন
qo} ভাপ (Gas) আৰু বাষ্প (৮০)০৷৷৮)। কোনো কোনো ড্রববন্ত অতি তপত কৰিলে তাৰপৰা cd tala নিচিনা যি এবিধ বস্তু উৎপন্ন হৈ উৰি যোৱা দেখা যায় তাকে at বোলে। পানী বৰকৈ তপত কৰিলে তাৰপৰা এবিধ ধোবা-সদৃশ বস্তু উৰি গোরা সকলোৱে দেখিবলৈ পায়; মেই card ta নিচিনা বস্তুকে বাপ কোরা যার, আক তাক পুনৰ oi কৰিলে পানীৰ অৱস্থালৈ আহে। তাপৰ দ্বাৰা দ্ৰৱ বস্তুৰপৰ৷ বান্প উৎপন্ন হুয়। যিবিলাক পদার্থ স্বাতাবিকতে বায়ুৰ নিচিনা] অৱস্থাত থাকে, সেইবিলাক পদার্থকে ভাপ কয়। বাষ্পক যেনেকৈ সহজে দ্ৰৱ অৱস্থালৈ আনিব- পাৰি, ভাগক নোরাবি। এভাগ অন্নছান আক দুভাগ TATA ভাপ ৰামায়ণিক বা বৈদ্যুতিক