সমললৈ যাওক

পৃষ্ঠা:প্ৰাকৃত বিজ্ঞান.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(48)

(©) যৌগিক বস্তুৰ গুকত্ব। কোনো যৌগিক বস্তুৰ eae ঠিক কৰিবৰ হুলে, যি বি বস্তু গোট খাই সেই যৌগিক বস্তু হৈছে দেই মেই বস্তুৰ ছোখ বা আয়তন তাৰ নিজ নিজ wee দ্বাৰা পূৰণ কৰি সকলো গুণ ফলবিলাকৰ যোগ ফল ঠিক কৰিব লাগে। এই বোগ ফলকে সেই বস্তবিলাকৰ আয়তনৰ যোগ ফল দি হৰণ কৰিলেই বৌগ্িক বস্তুটোৰ গুৰুত্ব পোৱা বায়।

উদাহৰণ । গাখীবৰ গুকত্ব ১.৩, পানীৰ গুৰুত্ব ১; ৪ মেৰ গাখীৰ ও ছুসেব পানী মিহলি কৰিলে ঘি যৌগিক বস্তু উৎপন্ন হয় তাৰ গুৰুত্ব কিমান হব?

উত্তৰ sxe) + (২%১)

টাই = dro |

val wq wed wey ঠিক Fale নিয়ম।

পানী-জোথা পাল্লাৰ দ্বাৰা দ্ৰৱ বস্তুৰো গুৰুত্ব ঠিক কৰা যায়। _ ইয়াৰ কেবাটিও নিয়ম আছে, তাৰ ভিতৰৰ ছুটি নিয়ম তলত দিয়া| হৈছে s—

(১) চিছা দ্বাৰ| দ্ৰৱ বস্তুৰ গুৰুত্ব ঠিক কৰাৰ নিয়ম । অনুমান কৰা, খালি চিছাৰ ভাৰ=ব; যি দ্ৰৱ বস্তুৰ গুৰুত্ব ঠিক কৰিব লাগে সেই দ্ৰৱ বস্তু মুখলৈকে ভবা থাকিলে সেই চিছাৰ ভাৰ =ভ; তাত বিশুদ্ধ পানী Sa থাকিলে তাৰ ভাৰ=প। এতেকে চিছাৰ ভিতৰত থকা দ্ৰৱ বস্তুৰ 'ভাৰ=ভ--ব; আৰু সেই দ্ৰৱ বস্তুৰ মমান আয়তন পানীৰ ভাৰ==প--ব। এতিয়া মেই দ্ৰৱ

ভ-ব দ্র বস্তুৰ ভাৰ

বস্তর গুকত্ব-প_ নল — প-ব সমান আয়তন পানীৰ ভাৰ।

সু

টাৰ থা

টা