(09)
(২) পানীতকৈ পাতল বস্তুৰ গুকত্ব ঠিক কৰাৰ নিয়ম ৷ গুরুত্ব ঠিক কৰিব লগীয়া বস্তুটো যদি পানীতকৈ লঘু অর্থাৎ তাত তল নোযোৱা হয় তেনেহলে তাক আন কোনো গধূৰ অর্থাৎ পানীত তল-যোৱ| বস্তুৰ লগত বান্ধি পানীত বুৰাব লাগে। প্রথমে ছুইফো একেলগে বায়ু আৰু পানীৰ মাজত ছগোখ| ;? ৰায়ুৰ মাত পোৱা ভাৰৰপৰ| পানীৰ মাজ্জত পোৱা ভাৰ বাদ কাটি যি থাকে সেয়ে দুইটা বস্তুৱে একেলগে আঁতৰ Sal পানীৰ ভাৰৰ সমান ৷ ছুই বস্তু একেলগে পানীত থাকোতে যি খিনি ভাৰ কম হৈছিল তাবপবা মেই গধূব বস্তু পানীত থাক্লোতে কয় হোৱ| ভাৰ খিনি বাদ দিলে মি বিয়োগ ফল পোৱা যায় মেয়ে সেই লঘু ৰস্তৰ সমান আয়তন পানীৰ ভাবৰ দমান হব। এতেকে মেই লঘ্বু বস্তব বায়ুৰ মাজত ভাবৰ সংখ্যা এই শেষত পোৱা বিয়োগ ফলৰ দ্বাৰা হৰণ কৰিলেই তাৰ গুৰুত্ব পোৱা যাব।
উদাহবণ। এডোথব-কাঠ বায়ুব মাজত অকলে ২০০ ৰাতি Seq) এডোখৰ তামৰ লগত বান্ধি,বায়ুৰ মাজত জুখিলে মোটে ২২৪৭ ৰাতি; আৰু পানীৰ মানত জুখিলে ১৬২০ ৰাতি হয়; এতেকে পানীত তল গৈ থাকোঁতে ছুইবো ভাৰ ২২৪৭--১৬২০ = ৬২৭ ৰাতি কম পৰে। সেই তাম ডোখৰ প্রানীত জুখিলে তাৰ বায়ুৰ ties ছোখ| ভাৰতকৈ ২৩০ ৰাতি কম BH! এই নিমিত্তে
| পানীৰ ভিতৰত সেই কাঠৰ ভাৰ ৬২৭--২৩০=৩৯৭ বাতি
কম পৰিব; এই কাৰণে তাৰ সমান আয়তন গানীৰ ভাব ৩৯৭ বাতি হব। এতেকে ওপৰত CHA নিয়ম।নুসাৰে সেই লঘু কাঠৰ
২০০
৷ গুকতবল২২০_'৫০৪।
৩৯৭ ৭