ই i |
J |
৬7)
৬১ । পানী লেভেল যন্ত্র ( Water level ) | গৰম্পৰ সংযোগ থকা কেবাটাও পাত্ৰত গানী বা দ্ৰৱ বস্তু ভৰালে যে তাৰ ওপৰ ভাগ এটাই কেউট| পাত্ৰত সমান ওখ হৈ থাকে এই গুণৰ দ্বাৰা অনেক উপকাৰী কাৰ্য্য সাধন হয়। খাল খানিবৰ বা আলবাট বন্ধাবৰ সময়ত লেভেল ara ঠাইৰ ওখ-চাপর
| ঠিক কৰা সকলোৱে দেখিছে ৷ তলত পানী লেভেল যন্ত্ৰৰ কথা
১৩ চিত্ৰ ৷
কোৱা হৈছে (১৩ চিত্র চোৱা ) ৷
ক খ এটি পিতল বা আন কোনো! ধাতুৰ দীঘল চুঙা; তাৰ দুমূৰে ছুটি চুটি কাচৰ চুঙা থিয়কৈ লগোৱা আছে। ও ফুটমান
ওখ তিনটা কাঠৰ dats ক খ চুঙাটি পথালিকৈ বাখি কাচৰ
চুঙাৰ ভিতৰত আদথিনিমানলৈকে পানী উঠাকৈ পিতলৰ চুঙাত পানী ভবাই TAA! পানী স্থিৰভাৱে থাকিলে ছুইটা! কাচৰ চুঙাত পানী পমান ওখ হৈ থাকিব। এঠাইতকৈ আন এঠাই কিমান ওখ বা চাপৰ তাক এই যন্ত্রেৰে ঠিক কৰা att) ইয়ার লগতে এডাল কাঠৰ গজমাৰি থাকে, তাতে টানৰ বা পিতলৰ এটি নগৰ| বা আঙঠি লগোৱা থাকে। ছুঠাইৰ ভিতৰত কোন ঠাই কিমান ওখ তাক ঠিক কৰিবৰ হলে এঠাইত লেভেল যন্তুটো বখা হয়, আৰু ইঠাইত গজমাবিডাল পোনাই