সমললৈ যাওক

পৃষ্ঠা:প্ৰাকৃত বিজ্ঞান.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ৬২ টী

গোটা 323 এঠাইত ধৰি তুলিলে গোটেইটো বস্তু ডাং খাই পাহে, তাৰ কোনো অংশ অধ্যাকর্ষণৰ দ্বাবাই ছিগি কি ভাগি মাটিত নপৰে৷ কিন্তু দ্ৰৱ অৱস্থাত বিন্বাকৰ্ষণ প্রবল নহয়,

গতিকে তাৰ বিন্দুবোৰ অলপতে লগ এবাএৰি হয়; এই নিমিত্তে! তাৰ কোনো অংখ কেতিয়াবা, ওপৰলৈ উঠিলেও পৃথিবীৰ]

মধ্যাকর্ষণে নমাই আনি সমান অঘস্থাত বাখেহি। এতেকে সমতল হৈ অৰ্থাৎ পিঠি বা'ওপৰ ভাগ সমান হৈ থকাই দ্ৰৱ বস্তুৰ স্বাভাবিক গুণ। এটা পাত্ৰত থাকিলেই যে দ্ৰৱ বস্তুৰ ওপৰ ভাগ সমতল হৈ থাকে এনে নহঁয়। পৰস্পৰ সংযোগ থকা বেলেগ

থকা পাত্রবিলাকত কেৱল পানী অর্থাৎ একে বিধ দ্র বস্তু নভৰাই বদি অসমান ঘন দ্ৰৱ বস্তু

5১২চিত্ । i ‘ভৰোৱা যায়, তেনেহলে লঘু বিধ দ্ৰৱ বস্তু গধূৰ বিধতকৈ ওখ হৈ উঠিব। একেটা চিছাতে মিহলি নোহোৱা অসমান ঘন কেবাটাও দ্রের বস্তু যদি Scars বায়, তেনেহলে এটাইতকৈ ঘন দ্ৰৱ বস্তুটো চিছাব নিচেই তলত, তাতকৈ কম ঘনটো| তাৰ ওপৰত আক নিচেই কম ঘনটো এটাই কেটাৰ ওপৰত থাকিব। এই দৰে কেবাটাও মিহ্‌লি পাছা দ্ৰৱ বস্তু একেট| চিছাতে ভৰাই কোনটোতকৈ কোনটো কম বা বেছি ঘন ঠিক কৰিব পাৰি।