দশম আধ্যা ।
দ্ৰৱ পদাৰ্থ |
৫৬ বিন্বাকর্ষণ আৰু তাপৰ শক্তিব বেছ-কম অনুসাৰে পদাৰ্থবিলাক কেতিয়াবা গোটা, কেতিগ্াঁা দ্ৰৱ, কেতিয়াবা কা়ুসদৃশ অৱস্থালৈ যায়। তাপৰ শক্তিতকৈ বিন্বাকর্ষণ শক্তি প্রবল হলে গোটা বস্তুৰ উৎপত্তি হয়। বিন্দাকৰ্ষণ আৰু তাগৰ শক্তি সমান হলে দ্ৰৱ বস্তু, বিন্বাকৰ্ষণ শক্তিতকৈ তাপৰ শক্তি প্রবল হলে ভাপৰ উৎপত্তি হয়। পদাৰ্থৰ যি সাধাৰণ গুণৰ কথা কোৱা হৈছে (৮) তাত চালেই দ্ৰৱ পদাৰ্থৰ সকলো! গুণৰ কথা পোৱা যার। দ্রব বস্তু, পদাৰ্থৰ তিনি অৱস্থাৰ এক অৱস্থা মাথোন । এতেকে দ্ৰৱ বস্তুও যে এবিধ_ পদাৰ্থ; ইয়াকে মনত ৰাখিলেই তাৰ কি কি ও৭ থাকিব পাৰে তাক বিশেষকৈ জন! যায়। অর্থাৎ বিস্তৃতি; স্থিতিবাধকতা, বিভাজ্যতা, ছিদ্ৰপূৰ্ণত| স্থিতিস্থাপকত|, জবত্ব আৰু আকৰ্ষণ এই. সকলো গুণ দ্ৰৱ পদাৰ্থৰো আছে। দ্রর পদাৰ্থৰ এটি বিশেষ গুণ এই যে তাৰ বিলুবিলাক হেন্দোলনি খাই বা অস্থিব হৈ থাকে ; সি যেনিয়ে পায় তেনিয়ে বৈ যায়, তাক এফলিয়া কৰিব পাৰি। দ্ৰৱ বস্তুৰ আৰু এটি বিশেষ গুণ এই যে ভাপৰ নিচিনাকৈ সি বৰকৈ কৌচ নেখায়। অতি প্রৱল হেঁচাত হে অলপ কৌচ খোৱা দেবা যায়।
€11 জব পদ৷ৰ্থৰ আক এটি অতি আচৰিত আঁক aq
এই কাৰণে মাক অতি অলপ শক্তিৰেই
উপ-