Go):
ভিতৰত, গোটা বস্তু আৰু দ্রব বস্তুৰ ভিতৰত, আৰু; গোটা বস্তু ও ভাপৰ ভিতৰত্| দেখা যায়। ho Ht
যোগাকৰ্ষণৰ দ্বাৰা দুটা বস্তু লাগি ধবে।- কিন্তু-কোনো (কোনো এনে গোটা বস্তু আছে যে তাত লগালগি-হলে বা তাৰ ওচৰ চাপিলে সি. কোনো কোনো We বস্তু বা ভাগক টানি শুহি গেলায়। এঙাৰে অনেক ৰকমৰ ভাগ বেছি পৰিমাণে শুহিব পাবে। গুকীন মাটি, গছৰ মিপা আক পাতেও কোনো ভাগ শোহে। এই গুণ থকাৰ বাবেই এঙাৰ আক শুকান ্ মাটি বায়ু পৰি্কাৰ- কৰে অর্থাৎ বায়ুৰ লগত মিহলি হৈ থক] Seas এরতৃতি অপকাৰী ভাগিবিলাকক of বায়ু পৰিস্কাৰ Fal এই কাৰণে clea আক আন আন খিছনি ঠাইত কান মাটি ছতিনাই দিয়ে. আক 'আচ্পতালবিল/কব, রোগী থকা কোঠাবিলাকত পাচিত ভবাই এঙাৰ থৈ দিয়ে?
৫১। ৰাসায়ণিক আকৰ্ষণ । ওপৰত যিবিলাক আক- dq কথা কে৷ৱ| হৈছে সেইবিলাকৰ দ্বাৰা বস্তুৰ বিন্দুবিল!ক একেলগ আৰু মিহলি হয়; কিন্তু বস্তুৰ, ed সলনি নহয় যি বস্তুৰ ঘি গুণ সেয়ে থাকে মি. কেতিয়াও লৰচৰ নহয়। বি ‘আকৰ্ষণৰ দ্বাৰ। বেলেগ বেলেগ মূল বস্তব বিন্দুবিলাক একেলগ হৈ একোটি নন বস্তু উৎপন্ন হয়, তাকে -বাঁসায়ণিক আকৰ্ষণ বা ৰাসায়ণিক সম্বন্ধ বোলে (4)! এই আকৰ্ষণৰ দ্বারা বস্তুৰ বং, গোন্ধ, সোৱাদ আদি গুণবিলাক সম্পূণৰূপে সলনি হয়। ay আৰু গন্ধক একেলগে TAT কৰিলে হেঙ্ল হয়। কিন্তু হেঙুলৰ গাত পাৰ৷ ও গন্ধক্ৰ ব্ৰণ আদি একো| চিন নেথাকে। গন্ধক এবিধ হালধীরা টান বস্ত;ঃ পাবা এবিধ চক্চকীরা দ্ৰৱ বস্তু;