( se )
বাধা পায়। এটা সীহৰ গুলি যিমান সোনকালে ওপৰৰপৰা মাঁটিত পৰিবহি তাক বহলকৈ চেপেটা কৰি সমান ওপৰৰপৰা এবি দিলে গিমান সোনকালে arate | কাৰণ তাক চেপেটা কৰিলে তাৰ আকাৰ বহল হয় এই নিমিত্তে সি বায়ুৰ মাজেদি আহোতে ‘বেছি বাধা পার) ওলিটো সক কাৰণে মি বায়ুত সিমান বাধা নেপায়
বস্তু ওপৰবপৰ| তললৈ অর্থা২ পৃথিৱীৰ ফাললৈ পৰিলে এই তলত দিয়া নিয়ম তিনটি অনুসাৰে পৰিব, তাৰ অগ্থথা নহয় i
(১) বায়ু বা আন ৰকমৰ বাঁধা শৃ্ত ঠাইত THA. বস্তু সমান বেগেৰে তললৈ পৰে। বায়ু বা কোনো ৰকমৰ বাধা as ঠাইত যদি এডোখৰ সীহ, এডোধৰ কাঠ আক অলপমান তুলা একেলগে সমান এওপবৰপৰ| এৰি দিয়া যার, তেনেহলে সেই CRED যদিও সমান গধূৰ বস্তু নহয় তথাপি সিহঁতে সমান বেগেৰে নামি আহিব। বায়ু শৃঙ্গ কৰিব পৰা এবিধ বন আছে, তাৰে চিচা বা আন কোনো পাত্র as কৰিব পাৰি। 71
(২) সময়ৰ সংখ্যাক বর্গ কৰি সেই বর্গফলকে দূৰত্বৰ সংখ্যাৰে পূৰণ কৰিলে৷ সেই সময়ত বস্তুটো কিমান দূৰ নাসে তাক জনা! যায়; অর্থাৎ যদি এক চেকেণ্ডত ১৬ ফুট নামে তেন্তে ছুই চেকেণ্ডত ২২ %১৬=৬৪ ফুট, তিনি চেকেওত ৩২১৫১৬-১৪৪ ফুট, ১০ :ঢেকেওত ১০২ ৮১৬১৬ ফুট নামিব।
(৬) বস্তুটে| যিমান সময়ত নামে সেই সময়ৰ সংখ্যাক