সমললৈ যাওক

পৃষ্ঠা:প্ৰাকৃত বিজ্ঞান.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চম আধ্যা।

কল (Machine)

Oo] ওপৰত কেবল শক্তিৰ কথাহে কোরা হল, কিন্তু কি কি উপায়েৰে শক্তি নানান্‌ বস্তুত লগাই নানান্‌ কাঁধ্য কৰা যায় তাৰ কথা একে| cata নাই। বি যন্তব দ্বাৰাই এঠাইৰ বল আন ঠাইত লগাই কোনো কাধ্য কৰা| যার তাকে কল বোলে | সকলো ভাঙৰ aie আচৰিত কলখিলাক গোটাদির়েক অতি সামান্ত মূল যন্তুব- পৰা প্রস্তুত হৈছে৷ এই মুল যন্তবিলাক আমি সদায় দেখিবলৈ পাও ; যেনেকৈ ডাং-মাবি, সাল,তৰ্জ্জু ৰা পালা, জু বা পাক- ভোহৰ ইত্যাদি। এইবিলাকৰ ভিতৰত ডাঁৎ আবি ay ( Lever ) সকলোৰে আদি মূল আক ইয়াক Vos তাতে দেখা যার, যেনেকৈ কানমাবি, লঠিয়া-মাৰি, বা, Hae, কেচি, চেপেনা, ধেকি ইত্যাদি।

৩৭। Gay এডাল কাঠ, বাহ at কোনে! ধাতুৰ শকত মাৰি বা দাড় কোনো। এক লৰ-চৰ কৰিব নোৱৰ| ঠাইত বা খুটিত এনে ভাবে লগোবা থাকে, যে ভাত মেই মাৰি লৰিব বা ঘুৰি ফুৰিব পাৰে আৰু মেই ARS এনে দুটা, বলে কার্ধ্য কৰে যে সিহঁতে তাক বিপৰীত ফাললৈ টানে বা. নিবলৈ চেগ কৰে৷ ডাং-মাৰি য'ত লগোৱা থাকে তাক গননা বা বাধ বুলিব পাবি যাৰ দ্বাৰা কল চলোর। খাঁ তাক বল আক. এই কল

চল গু ইঃ

fa

শ্

Ao aat 2

fae