সমললৈ যাওক

পৃষ্ঠা:প্ৰাকৃত বিজ্ঞান.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(১৬৪)

এটি বস্তু যদি কেরল এটা শক্তিয়ে কোনো এফালটৈ টানে, তেনেহলে সেই বস্তুট আন কোনো শক্তিৰ বাধা নেপালে সেই ফাললৈকে যাব; কিন্তু কোনো বস্তু কেবাটাও শক্তিয়ে কেবা ফাললৈ টানিলে সেই শক্ভিবিলাকবপবা এটি সুকীয়া শক্তি জন্ম হৈ oe বস্তুত কাৰ্ধ্য কৰিব আৰু নেই বস্তু কোনো শক্তিৰ পোনে নগৈ মেই RTA শক্ষিটোৱে যিফালে টানে সেই পিনে যাব; যেনে,__ শ- এখন নাও, ক আক থ ছুপাবে ছটা atace জবি লগাই নৈয়েদি টানি নিছে, নাওখন ক আঁক vical ফাললৈ নগৈ নৈৰ মাছে ২ এটি GAM পথ ধৰি ন-_গ বেখাই- দিযাব। ইয়াতে দেখা গল যে নৈৰ মাজে ২ নাওখন উজ্জাই নিবলৈ যি শক্তি লাগে ক আৰু খ শক্তি গোট থাই সেই শক্তিৰ সমান ea এই নকৈ উৎপন্ন হোৱা শক্তিৰ ফল ক আৰু খ শক্তিৰ কাৰ্য্য ফলৰ

সমান; এই কাৰণে তাক সেই দুই শক্তিৰ মাৰ-শক্তি, আৰু ক আৰু খ প্রত্যেক শক্তিক তাৰ মূল শক্তি বোলা যায়।

২৯। শক্তি সমান্তবিক (Parallelogram of forces) | যদি কোনো! এটা বিন্দু দুট| শক্তিয়ে হুফাললৈ টানে ‘আৰু সেই বিদুবপবা দুটি বেখা টানি সেই দুই শক্তিৰ মুখ আৰু জোখ প্রকাশ কৰা যায়, তেনেহুলে CHE ছুই বেখাকে বাহু ধৰি এটি সমান্তৰাল ক্ষেত্ৰ কিলে সেই ক্ষেত্ৰৰ যি Bat মেই UII টন| হয, দেই কর্ণ-বেখাটিয়েই ওপবত কোৱা শক্তি ছটাৰ সাব-শক্তিৰ মুখ আৰু জোথ প্রকাশ কৰিব; এই প্রতিজ্ঞাটিকে শক্তি সমান্তবিক কোৱা যায়।

১চিত্।