(Ce) ন্
এই দৰে শক্তিৰ বল আক তাৰতম্যান্সাৰে বেগৰো তাৰতম্যতা হর | 209) সম-ভার (Equilibrium) | কোনো এটা বস্তু কেবাটাও শক্তিয়ে কেবা ফালৰপৰা টানিলে অথবা তাৰ | ওপৰত কার্ধ্য কৰিলে যদি সি কোনে| ফাললৈ নগৈ একে ঠাইতে স্থিব ভাৱে বৈ থাকে তেনেহলে মেই বস্তু সমভাৱে থকা! বুলি কয়। বাস্তৱতে স্থিব-ভাৱ যি, সম-ভাবো সেয়ে । এটা ae দুটা মানহে দুফালৰপৰ], সমান বলেৰে টানিলে সি একে ঠাইতে ই স্থিবভারে বৈ থাকে, কাৰণ দুইটা বল সমান হোৱাত সম-ভার উৎপন্ন হয়। মেজত এটা বস্তু স্থিৰ ভাৱে থাকিলে এইটো বুজিব লাগে যে পৃথিবীৰ আকর্ষণে বস্তুটো| তললৈ নিব খোজে ৷ কিন্তু মেজখনে আকৰ্ষণৰ বলটোত বাধা দি মেই বস্তুৰ সম্- ভাৱ জন্মায় | ২৪। শক্তিৰ অঙ্গ। শক্তিৰ অঙ্গ তিনটি ;--( >) কাধ্য- স্বান বা শক্তিৰ গুৰি অর্থাৎ যি ঠাইত শক্তি লগোৱা যায়; (২) শক্তিৰ মুখ বা লক্ষ্য অর্থাৎ যিপোনে শক্ধিয়ে বস্তুটো টানে; (৩) বল অর্থাৎ যিমান শক্তিৰে বস্তুটো! টানে। এডাল কাঠ জ্ববি | লগাই বলেৰে টানিলে কাঠৰ যিঠাইত জবি লগোৱা হয় সেয়ে বলৰ গুৰি) বি পিনে টন| যায় সেয়ে তাৰ মুখ আৰু যিমান মানুহে টানে সেয়ে তাৰ বল । _, ২৫। শক্তিৰ বল পৰিমাণ কবিবৰ হ'লে আন. এটা বল বা ভাৰক একক ধৰি ল’ব লাগে। যেনেকৈ কোনো এটা নিৰ্দ্ধাৰিত দীঘল বন্বৰ দীঘটো একক ধৰি সকলো! পদাৰ্থৰ দীঘ-পঠ৷লি ঠিক
৩