সমললৈ যাওক

পৃষ্ঠা:প্ৰাকৃত বিজ্ঞান.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(২৩)

দলি বাঁ বল মাৰি দিলে অনেক দূৰ যাব। এখন চপৰাখিত

aft abl বল বগৰাই দিয়া ata, সি বহুদূৰ যাব নোৱাৰে; কিন্ত এডোখৰ সমান ওখবা-মোখবা-নোহোৰ! ঠাইত যদি এটা বল বগৰাই দিয়! যায়, core fa অনেক দূৰলৈ যাব। ইয়াৰ কাৰণ এই বে

fos

চপবাণিত চপৰাবিলাকে অনেক বাধা জন্মায় আৰু সমান ঠাইত

1 পরিমান বাধা জন্মাওঁত| নাই। এবাৰ দলি মাৰি ব| ঠেলি দিলে | সকলো! বস্তু অলপ পাচতে স্থিৰভারলৈ আহে $ ইয়াকে দেখি

বোধ হয় যেন একেঠাইতে থকাই পদাৰ্থৰ স্বাভাৱিক ধৰ্ম্ম, আন উপায়েৰে নৰলালে কোনো! পদাৰ্থ লৰিব নোৱাৰে; ইয়াকে দেখি অনেকে অনুমান কৰে যে পদার্থ কোনে! কাৰণত এবাৰ চলিলেও পুনৰ নিজে নিজে দ্থিৰভাৱলৈ আহে আক নিজে চলি থাকিব নোৱাৰে কিন্তু এই অনুমান সম্পূৰ্ণ gai গতি-বাধকৰ কাৰণ বুজিব নোবাবাতহে অনেকে এইদৰে ভাবে। স্বৰূপত কোনে| জড় পদাৰ্থে নিজে একো! কবিব নোরাবে, স্থিৰ কৰি

| toa Feats থাকিব, লৰাই দিলে লৰি থাকিব। কোনে৷ পদা-

ক চলালে সি নিভে স্থিৰ হব নোৱাবে, ata আন বস্তুৰ বাধাৰ

1 গতিকেহে স্থিব হয়। গছত গুটী লাগি স্থিবভাবে থাকে,

তললৈ সৰি আহি মাটিত পৰি পুনৰ Peaster থাকেহি। এই ঘটনাটি গুটীৰ গুণৰ alcatel নাই। গছৰ ঠাৰিয়ে গুটীটো যিতে| বলেৰে ধৰি থাকে৷ সেই বলতকৈ পৃথিবীৰ আকৰ্ষণৰ

বল প্রবল হলেই, তাক মাটিলৈ টানি আনে; পাচে মাটিয়ে

গুটাব, গতিত বাধা দিয়াত তাতে hel খাই স্থিৰভাৱে ৰৈ থাকে। ২২ ৷ শক্তি, ধল ও ভাৰ। এবাৰ কোৱাঁ হৈছে যে