(৪০)
কোনো বন্ধ ওপৰৰপৰা পৰেতে তাৰ গতিত বায়ুৰ বাহিৰে আন কোনে| বাধা নজন্মিলে এথম চেকেওত ১৬ ফুট নামে । ওপৰত
কোৱা হৈছে যে পৃথিবীৰ আকর্ষণে সকলো! বস্তুকে ক্রমান্ধয়ে আক- _
রণ কৰি বেগ বুদ্ধি কৰে। এই কাৰণে বন্তটো প্রথম চেকেওত ৯৬ ফুট নামোতে নামোতেই তাৰ বেগ ইমান বৃদ্ধি হয় বে দ্বিতীয় চেকেওত ৪৮ ফুট, তৃতীয় চেকেওত ৮০ ফুট, চতুৰ্থ চেকেওত ১১২ ফুটকৈ নামে । এই বেগৰ বুদ্ধি গণিবলৈ তলত দিয়া এই নিয়মটি মনত ৰাখিব লাগে :__
যি চেকেওৰ বেগ ঠিক কৰিব লাগে সেই copes ২ (দুই) দি পুৰণ কৰি যি ফল পোৱ| যায় তাৰ পৰ| ১ (এক) বাদ দি, বিয়োগ ফলকে ১৬ দি পুৰণ কৰিলেই বেগৰ পৰিমাণ পোৱা যায়। যেনে, অনুমান কৰা, কোনো! ওপবব-পবা-নম| বস্তুৰ সপ্তম, চেকেওৰ বেগ ঠিক কৰিব লাগে; ওপৰত cota নিয়মেৰে, ৭ম চেকেণ্ডৰ বেগ-১৬৯(২১৭-১)-২০৮ ফুট । ‘এই নিয়মেৰে ৫ম চেকেণ্ডৰ বেগ ১৬ (২১৫৫__১ )=>88 ফুট) দশম চেকেণ্ডৰ বেগ-১১ (২%১০-১ )
= ১৬৯১৯ = 908 ফুট ইত্যাদি |
ওপৰত কোর হৈছে যে ১ম, ২য়, OF ও Bel চেকেওত বেগ আমে ১৬, ৪৮, ৮*ও ১১২ ফুট হয়। এই অঙ্ক কেইটিক যোগ কৰিলে ১৩+-৪৮+৮০ + ১১২ = ২৫৬ ফুটহয় | ইয়াৰ পরা জন| গল aft al আম গছৰ পৰ। পৰেণতে ৪ চেকেও লাগে তেনে- হলে মেই আমগছ ২৫৬ কুট ওখ হব | এইবিধৰ অঙ্ক গণিবলৈ এই তলত দিয় নিয়মটি মনত ৰাখিব লাগেং_নামিবলৈ যিমান সময় লাগে তাকে সিমান গুণ দি পুরণ কৰি পুনৰ ১৬ৰে পুৰণ কৰিলেই