সমললৈ যাওক

পৃষ্ঠা:প্ৰাকৃত বিজ্ঞান.pdf/১৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ১৫৪ )

মাজতে কাটি দিয়া যায়, ভেস্তে ওপৰত বিজুলী-সৌতুৰ কথাটি বিকোৱ| হৈছে তাৰপৰ জ্বন| যাব যে, Stas লাগি থকা তাৰ ডোখৰৰ মূৰত সংযোগী আক TIS লাগি থকা ডোখবৰ মুৰত বিয়োগী বিজুলী-শক্তি থাকে।

১৪১। ওপৰত কোৱাৰ নিচিনা (২১ চিত্ৰ) এটা খালি পাত্ৰত দুচটা ধাতু ৰাখিলে ঘি বিজলুলী-শক্তিৰ atts চলিবলৈ ধৰে, মি অতি দুৰ্ব্বল আক তাৰ দ্বাৰা ডাঙৰ কাম একো কৰিব ' নোৱাৰি। অনেক পাত্ৰ ওপৰত কোৱাৰ দৰে সাই শাৰী পাতি ৰাখি এটাৰ দস্তা আন এটাৰ তামৰ লগত তাৰৰ , দ্বাৰা সংযোগ কৰি এমুবৰ পাত্ৰৰ তাম চটাত এডাল আৰু ইমূৰৰ UST দস্তা চট।ত এডাল তাৰ লগাব লাগে। এতিয়া এটাই- কেইটা পাত্ৰত বিজুলী-শক্তি উৎপন্ন হৈ সংযোগ কৰ| ভীববিলা- কেদি অতি প্রৱল ৰূপে চলিবলৈ ধৰে; আৰু পাত্ৰ শাৰীৰ এমূৰত বি ডাল তাৰ তামত লগা থাকে তাত সংযোগী আৰু ইমুৰে দস্তাত লাগি থকা তাব ডালত বিয়োগী বিজুলী-শক্তি বাম কৰে। এই দৰে সজ্জোৱা পাত্ৰ শাৰীক বেটেৰি (Battery) বোলে। এই ছুই বিপৰীত-শক্তি মিল হওঁ তে অতি আচৰিত কার্য আৰু গুণ" দেখা যায়। কিছুমান ety কথা তলত কোর! হৈছে;--

(১) এট মানহে ওপৰত কোবা তাৰ দুডাল aft দুহাতে ধৰে তেন্তে দুই বিধ শক্তি মিল হৈ তাৰ গাইদি বিজুলীৰ পৌত চলিবলৈ ধৰে; আক তেতিয়া তাৰ গোটেইটে| গ| জোকাৰি শিৰবিলাক chs খুৱাই মান্তইটো অস্থিব কৰি পেলায়। আৰু এই ঘটনা কেৱল জীয়া জন্তৰ গাটেই যে দেখা যায়৷ এনে নহয়, Wal জ্বত্বৰ গাতে! মেই নিচিনা কার্য দেখাযার |