সমললৈ যাওক

পৃষ্ঠা:প্ৰাকৃত বিজ্ঞান.pdf/১৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(১৪৪)

TOU হয়। ইয়াতে এটি নিরম দন! গল যে, একেবিধ বিজুলী-শক্তিয়ে পৰম্পৰক আঁ1তৰ৷-অ তিৰি কবে এডাল জন বা লাৰ সাবি ফেলেন কাপোৰ বা মেকুৰি ছালত Tae আন এটি ওলোমন -ওচবটৈ নিলে ঠিক ওপৰত কোনা ঘটনাটোকে দেখা বাব; অর্থাৎ ওলোমটোবে প্রথমতে মাৰি ডাল Bats, তাৰ পাচে আতৰি যাব / এতিয়া ওপৰত কোৱাৰ নিচিন] বিছুলী বাম Fal এডাল কীচৰ মাৰি যদি এই ছুই ওলোমৰ ওচৰলৈ নিয়া যায়, তেনেহলে সি প্রথমটি ওলোমক আতবাৰ আক দ্বিতীয়টিক আকৰ্ষণ কৰিব । কিন্তু জনা আছে ce এই কাচৰ আক প্রথসটি ওলোমৰ বিজুলী-শক্তি একে ৰকমব ; এতেকে REN ওলোমত বাস কৰা! বিজুলী-শক্তিয়ে সেই কাচব মাবিৰ Reiter একে ৰকমৰ নহয়, কাৰণ একে হোৱা হলে তাক আকৰ্ষণ নকবি প্রথমটো ওলোমৰ দৰে অতৰ হে কৰিলে হেতেন। সেই দৰে বিজুলী থকা এডাল লাবপৰ| বিজুলী-শক্তি এটি ওলোমত লাগিবলৈ দিলে সেই লাবপৰা সি অঁতিব হব, কিন্তু বিজুলী থকা কাচৰ ওচৰ চাপি আহিব। ইয়াতে আৰু এটি নি্নম জনা গল যে পৃথক জাতিৰ বিজুলী-শক্তিয়ে পবস্পবক আকর্ষণ কৰে। ওপৰত বিবিলাক ঘটনাৰ কথা কোবা হল, তাৰ- পৰা জানিব পাৰি যে তাৰিত দুবিধ | ফেলেন কাপোৰত ঘঁহালে গাৰ গাত স্থিতি হোৱা এবিধ আৰু মুগ| বা পাটৰ কাপোৰত বঁহালে, কীচৰ গাত স্থিতি হোৱা এবিধ। প্রথম বিধক বিয়োগী (Nagative ) আৰু দ্বিতীয় বিধক সংযোগী (৮০8৮০) বোলা বায় ৷

১৩৯ ৷ যদিও বিছুলী-শক্তিব নান| কাধ্য আঁক নানা ঘটনা!