(১৪০)
ঘঁহিব নেলাগে। কিছু পব ঘঁহি থাকিলে তিথা চট।ব গাৰ চুম্বক- শক্তি উত্তব-ুদী ও দক্ষিণ-সুধী চুম্বকলৈ পৃথক হব। নিচেই শেষ বাৰ ঘহি এটাও তে চুম্বকৰ যি মেকরে তিখাব ঘি মূৰ স্পর্শ কৰি ‘আহে, সেই মুৰেই চুম্বকৰ মেকৰ ৰিপৰীত বিধ মেক হব অৰ্থাৎ চুম্বকৰ উত্তৰ ceca তিথাৰ ঘি মূৰ স্পর্শ কৰি আহে মেই মূৰত দক্ষিণ-মুণী চুম্বক-শক্তি উৎপন্ন হব। নাইবা দক্ষিণ মেকবে তিখাৰ বি মূৰ স্পৰ্শ কৰি আহে সেই মূৰত উত্তৰ সুধী চুম্বক-শক্তি উৎপন্ন হব৷ ইয়াৰ কাৰণ এই, চুম্বকৰ উত্তৰ-মুখী চুম্বক-শক্তিৱে তিখাৰ দক্ষিণ-মুখী চুম্বক-ৰম এমুবলৈ আকৰ্ষণ কবি আনে, আক তাৰ উত্তব-দুঘী চু্ক-বস ইমুবলৈ অতৰ|ই দিয়ে।
কোনো চুম্বক বা চুম্বক-শক্তি পোৱা তিথাত যেই সেই এক মেৰু থাকিব নোরাবে। উত্তৰ মেক থাকিলে দক্ষিণ মেক থাকিবই লাগিব। আক দক্ষিণ মেরু থাকিলে উত্তৰ মেৰু থাকিবই লাগিব । এডোখৰ তিথাৰ কৃত্রিম চুম্বক খণ্ড খণ্ড কৰিলে তাৰ প্রত্যেক খণ্ডত ছুই মেক থাকে। এইটো চুম্বকৰ প্রধান গুণ পৃথিবীৰ গাতো চুম্বক-শক্তি আছে, আৰু মেই শক্তিৰপৰ| লো, feel প্রভৃতি বস্তুৱে কেতিয়াবা কেতিয়াবা চুম্বক-শক্তি লাভ কৰে।
বিদ্যুৎ বা বিজুলী-শক্তি।
১২৭ ৷ কাচ, ল|, জাঙফাই, বঙ্গন প্রভৃতি কিছুমান বস্তু Sa বা পাটৰ কাপে৷ৰত, নাইবা GRR ছালেৰে ঘহিলে চুলি, তুলা, তুলাপাত প্রভৃতি লঘু বস্তু আকর্ষণ কৰাৰ শক্তি লাভ কৰে । হলি খোৱ| অংশত সেই লঘু বস্তুবোৰ লাগি ধবে,আক অলপমান NO পুল সবি aca দেইবিলাক বহুত ফেরল লঘু বস্ত আক-