সমললৈ যাওক

পৃষ্ঠা:প্ৰাকৃত বিজ্ঞান.pdf/১৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(১৬৮৮ )

We Ree বুলি কয়। সংযোগী a উত্তৰ-মুখী আৰু বিয়োগী বা দক্ষিণ-মুখী নামেৰে ছুবিধ চুম্বক মিহলি হৈ চুদ্বক ARTS আবৰি থাকে, আক তেতিয়ালৈকে সিহঁতক এটা বলবান চুম্বকৰ দ্বাৰা ঘঁহোৱা নেযায় তেতিয়ালৈকে মেই৷ বস মিহলি হৈ থাকে। যেতিয়া কোনে| চুম্বক-পদাৰ্থত চুম্বক-শক্ধি লগোৱা হয়, তেতিয়া তাৰ চুম্বক-বস পৃথক হয় আৰু সেই চুম্বক- পদাৰ্থও যথাৰ্থ চুম্বক হয়। অৰ্থাৎ তাৰ এমুৰে উত্তব-মুখী আৰু ইমুৰে দক্ষিণ-মুখী চুম্বক-বস থাকে। fk S2¢1 চুম্বক (Magnet) ও চুম্বক-পদাৰ্থ ( magnetic substance )1 fi বস্তুত চুম্বক-ৰস পৃথক হৈ তাৰ এমুৰে এবিধ আক ইমুৰে ইবিধ বাঁস কৰে আঁক ছয়ো বিপৰীত কাধ্য কৰে, আঁকে চুম্বক বোলে। ঘি বস্তুত ছুই বিধ চুম্বক-বম মিলি হে বাস কৰে, তাক চু্বক-পদাৰ্থ বোলে। চুম্বক-পদার্থৰ মেকৰ ঠিক নাই, আক তাৰ যেই মেই মুৰে চুম্বক-শলাৰ ছুই মুৰ আকৰ্ষণ কৰে। চুম্বকৰ উত্তৰ মেক আৰু দক্ষিণ মেৰুৰ ঠিক আছে। সার তাৰ উত্তৰ মেকবে চুম্বক-শলাৰ এমুব আকর্ষণ কৰিলে, GR অতৰাই পঠাব; তাৰ দক্ষিণ GETS মেই নিচিনা কাৰ্য্য কৰিব। চুম্বক-পদাৰ্থবোৰে পবস্পাৰক আকর্ষণ বা আতবৰ WH কিন্তু চুন্বকবিলাকব ভিতৰত এই কাধ্য দেখা যার। এটা চুম্বকৰ উত্তৰ মেকৱে আন এটা চুম্বকৰ দক্ষিণ মেকক আকর্ষণ কৰে; কিন্তু তাৰ Seq মেরুক of teat? পঠায়। এটা ইথকন দক্ষিণ মেকৱে আন এটা চুম্বকৰ উত্তৰ মেকক আকর্ষণ কৰিব, কিন্তু, তাৰ দক্ষিণ মেকক ‘আঁতৰাই পঠাব। লো, তিথা থরভূতি বন্ধৱেই চুম্বক-পদাৰ্থৰ পধান উদাহবণ।

এটি 71 উল তো টে টিকে এ খে লি কজন ভন

নে