(aos)
agate: এই দৰে এঠাইৰ বায়ু, আন ঠাইলৈ গৈ বতাহৰ উৎপত্তি হয় |
১১৭। শিল৷-ৰৃষ্টি | বায়ুমেওলত মিহাল থকা পনীয়া বাঙগবিলাক অতি টেচা বায়ুপালে ডাঠ মাৰি গোটাগোট হৈ নানান্ আকাৰৰে পৃথিবীত পৰেহি । সেইবিলাক শিলৰ ভাপ _৪*ডিজ্রীবপবা--০” ৫" ডিব্ৰীলৈকে পোৱা বায়।
সপ্তদশ আধ্যা।
তাপৰ উৎপত্তি ৷
১১৮ ৷ তাপৰ উৎ্পত্তি। (>) এটা বস্তু আন এটাৰে ঘঁহালে, চেপিলে বাঁ আঘাত কৰিলে তাত তাপ উৎপন্ন aq) দুডোখৰ কাঠ বা বাঁহ কিছু পৰ ঘঁহি থাকিলে তাত তাপ উঠে; তাপ অতি প্রৱল হলে জুই উঠে। দা, কুঠাৰ শাণত দিবৰ সময়ত জুইব ফিবিওটি eral সকলোৱে দেখিছে। জুই. dias জুই উঠাৰো তাপেই প্রধান কাৰণ । যাক আমি গপীয়| eal বোলে, সি আন একো! নহয়; শিল, ধাতু, গন্ধক প্রভৃতি বস্তু গেট খাই এটা গোটা বস্তু হৈ আকাশত ঘুৰি ফুৰে। যেতিয়া পৃথিবীৰ ওচৰলৈ আহে, তেতিয়া তাক পৃথিবীৰ মধ্যাকৰ্ষণে টানি আনে; তাতে বায়ুত ঘঁহণি খাই আহোতে তাৰ গাত জুই উঠি