(১২৯)
১১৪ ৷ ববধুণ| - পনীয়া বা্পবিলাক ক্রমাগত অধিক পরিমাণে ডাঠ হৈ বাষ্পৰ কণাবিলাক ভাঙৰ আক গধূব হবলৈ ধৰে, আৰু tarda যোগ হৈ টোপা বান্ধি AAT হৈ পৃথিবীত পৰেহি ৷ অতি ets বৰষুণৰ টোপাবিলাক সক থাকে; তললৈ নামি আহোঁতে সিহঁতৰ cool গাত লাগি তলৰ বায়ুত মিহুলি থকা পনীয়া বাপ্পবিলাক ডাঠ হৈ সেই টৌপাবিলাকৰ গাত লাগি ধৰে; সেই কাৰণে টোপাবিলাকৰ আকাৰে ডাঙৰ হয়। নানান্ কাবণব দ্বাৰা পৃথিবীৰ নানান্ ঠাইত অধিক বা কম পৰিমাণে বৰষুণ পৰে । সৰ্ব্বসাধাৰণত তাপ বেছি দেশবিলাকত বেছিকৈ বৰষুণ হয়; কাৰণ সেই দেশবিলাকত বাষ্প অধিক পৰিমাণে উৎপত্তি হয়।
soe) নীয়ব। পৃথিবীৰ ওচৰৰ বায়ুত মিহলি হৈ থকা পনীয়া বাষ্পবিলাক,ৰাতি ঘন ব| ডাঠ হৈ ঘূৰণীয়া কণাৰ আকাৰ ধৰি কোনো| বন্ধৰ, গাত লাগি ধৰিলে সেই কণাবিলাককে নীয়ব ater ৰাতি তাপৰ বিকিবণ বাঁ তাপ ওলাই যোৱাৰ কাবণ বস্তুবিলাক cool হয় আৰু বায়ুত মিহলি থক| পনীয়া বাপ্পবোৰ সেই চেচা বস্তুৰ গাত লাগি ঘন হয় আক তাতে সক সৰু ঘূৰণীয়া আকাৰ ধৰি লাগি ৰয়।”
সকলো বস্তুতে সমানে নীয়ৰ TATA | যি বস্তুৰ বিকিৰণ শক্তি বেছি অৰ্থাৎ যাবপৰ| বেছি পৰিমাণে ভাপ ওলাই যার, সেইবিলাক বেগাই আক বেছিকৈ চেঁচা হয় সেই কাৰণে CIR ata aes বেছিকৈ নীয়ব ta) ধাতুৰ বিকিৰণ শক্তি অতি কম এই কাৰণে তাত aaa পৰাও অতি কম। গিলাচ; মাটি