সমললৈ যাওক

পৃষ্ঠা:প্ৰাকৃত বিজ্ঞান.pdf/১৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ১২৮)

হলেই স্বাভাবিক Ba fa উৎপত্তি হয়; কাৰণ সেই-জেকা ঠাই- বিলাকৰগৰা পনীয়া বাষ্পৰ কণাবিলাক- উঠি ওপৰৰ চেঁচা বায়ু পালে ভাঠ হৈ sta মাজত ওপঙি থাকে৷ যেতিয়া জেকা অথচ তপত, বায়ু তাতকৈ কম তপত CHAP HE a পানীৰ ওপবেছি যায়, তেতিয়া সেই বায়ুত মিহলি থকা ots ‘পনীয়া বাপ্পবিলাক মেই চেঁচ| ঠাই বা পানীৰ ওচৰ পাই কৃর্কলি জন্মায় ।

১১৩ | মেঘ। FARR মেঘো সেয়ে । পৃথিবীৰপৰ| বহুত ওখত থকা কু্বলিকে মেঘ বোলে, আৰু পৃথিবীৰ নিচেই বত থকা মেঘেই কুৱ'লি। পৃথিবী আৰু সাগৰৰ ওপৰৰপৰ| WS ডাঠ মাৰিলেই মেঘৰ উৎপত্তি eq নানান্‌ কাৰণৰ থাৰাঁ মেঘ হয়। তাৰ ভিতৰতে এই তলত দিয়া কেইটাই প্রধান £-=

(১) বায়ুমগুলব ওপৰৰ ভাগ চেঁচ৷ হলেই মেঘৰ উৎপত্তি Il 204 তাপৰ দ্বাৰা জল আৰু স্থলৰগৰা সদায় বাষ্প উঠি থাকে; সেই বাপ্প ওপৰৰ চেঁচা বায় পালেগৈ মেঘ হয়।

(2) দিনত CA অথচ তপত বায়ুবিলাকৰ বি্তাব বৃদ্ধি alate শীতৰ উৎপত্তি হয় (১২১), ‘আৰু সেই শীতৰ দ্বাৰা বাপ্পবিলাক চেঁচা হৈ ডাঠ হয়। এই ডাঠ হে|ৱা বাষ্পবিলাক বায়ুৱে এঠাইৰগৰ৷ আন ঠাইলৈ অধিক পৰিমাণে চলাই, নিয়ে । ওখ AMORA Gat এই বায়ুৰ Gite বন্ধ হৈ বায়ু ওফন্দি ‘ওপৰলৈ উঠি সেই পৰ্ব্বতবিলাকৰ ওপৰত, অধিক পৰিমাণে ‘ডাঠ বাষ্প গোট খুৱাই মেঘ জন্মায়।

৫৩) হ্বেকা অথচ তপত বায়ু অনি চেঁচা বায়ুব লগত মিহলি হলে ভাৰ বাপ্পবিলাক চেঁচা হৈ মেঘ হয়।