সমললৈ যাওক

পৃষ্ঠা:প্ৰাকৃত বিজ্ঞান.pdf/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ১২৪ )

উঠে। এই কাৰণে পানী-ভৰা মুখ-ঠেক: পাত্তৰপৰ| বিমান বাষ্প উঠে, মুখ বহুল পাত্ৰৰপৰ| তাতকৈ অধিক উঠিব। - বায়ু-মণ্ডলৰ হেঁচাৰ বেছ-কম শন্গসাবে বাষ্প উঠাবো! বেছ-কম BI Ga বস্তৰ ওপৰত বায়ুৰ হেঁচ| বিমান প্ররল বাপ্প উঠা সিমান কম আৰু বায়ুৰ হেঁচা বিমান কম বাপ্প উঠা সিমান অধিক হ্য়।

কোনো পাত্ৰত পানী ভৰাই তাৰ মুখৰ বায়ুৰ হেঁচা বায়-শৃহ- কৰা যন্ত্ৰৰ দ্বাৰা কমাই দিলে তাৰপৰ| অধিকটক বাপ্পি উঠিবলৈ ৷ wa ঘি দ্ৰৱ বস্তুৰপৰা বাপ্প উঠে তাৰ বাপ্প যদি চাৰিওফালৰ Wea লগত ধিহলি হৈ থাকে তেনেহলে মেই বস্তুৰগৰ| বাষ্প উঠিব নোঝাবে।. পানীৰ চাৰিওফালৰ বায়ু যদি পনীয়া store স্লেকা থাকে, তেনেহলে পানীৰপৰ| ator উঠিব নোৱাৰে ৷ কিন্তু বায়ু চলি থাকি সেই পনীয়া stor আন ঠাইলৈ আঁতৰাই নিলে বাঞ্গ৷ অধিক প্রমাণে ভঠে। বতাহ দিলে জেকা বাট, পছ্লীবিলাক সোনকালে শুকায়, কাৰণ বায়ু চলি থকাৰ গতিকে তাৰপৰা বিবিলাক বাষ্প উঠে সেইবিলাক তাৰ ওপৰৰ বায়ুত মিকলি হৈ তাৰ ওপৰত বৈ থাকিব নোৱাৰে; এই নিমিতে ator উঠাৰ কোনো বাধ! নেথাকে। কিন্তু বতাহ্‌ নহলে তাৰপৰা যিবোৰ ভাপ উঠে সেইবোৰ ota ওপৰৰ বায়ুত fief হৈ তাতে বৈ থাকে, গতিকে মেই জেকা বায়ুৱে বাষ্প উঠাত অনেক বাধা জন্মায়, আৰু বাট, পদুলীও বেগাই নশুকাঁর |

তাপেই বাপ্পৰ প্রধান কাৰণ | য'ত তাপ প্রবল ত’ত বাষ্প নেছিকৈ উঠে। এখন তিতা কাপোৰ ৰ’দত বা জুইৰ ওচৰত্ত যদি মেলি দিয়া যায় তেনেহলে তাত মি. বিমান মোনকালে